ETV Bharat / state

নগাঁৱৰ কামপুৰতো উলহ-মালহৰে গৰু বিহু

দীঘলতি-মাখিয়তীৰে গৰুৰ গাত কোবাই গঞাই ক’লে, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা...

গো-ধনক নোৱালে কামপুৰবাসীয়ে
author img

By

Published : Apr 14, 2019, 10:43 AM IST

বঢ়মপুৰ, 14 এপ্ৰিল : লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা... গৰু বিহু উপলক্ষে ৰাজ্যজুৰি উচাহৰ ঢল ৷ সাতখন আঠখন অসমীয়াৰ গা ৷ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ পৰম্পৰাগত ৰীতি-নীতিৰে গো-ধনক নোৱাব-ধুৱাবলৈ কামপুৰৰ তেতেলিসৰাৰ নিশাৰী নদীত ভিৰ অগণন লোকৰ ৷

গো-ধনক নোৱালে কামপুৰবাসীয়ে

মাহ-হালধিৰে গো ধনক নোৱাই লাও-বেঙেনা দলিয়াই, দীঘলতি-মাখিয়তীৰে গৰুৰ গাত কোবাই গঞাই মংগল কামনা কৰিলে গো-ধনৰ ৷

Intro:Anchor=আজি গৰু বিহু ৷ সমগ্ৰ ৰাজ্যৰ লগতে কামপুৰতো দেখা গৈছে গৰু বিহুৰ ব্যাপক উৎসাহ-উদ্দীপনা ৷ কামপুৰৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ভাৱে গৰু গা-ধূৱাই গৰু বিহু পালন কৰিলে গাঁৱৰ ৰাইজে ৷ কামপুৰ তেতেলিসৰাত নিশাৰী নদীত কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ সমূহীয়াকৈ গৰুৰ গা-ধূৱাই ৷ এই লৈ কামপুৰ-তেতেলিসৰাত দেখা গৈছে ব্যাপক উচাহ ৷ গাঁৱৰ কণ-কণ শিশুৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰু, জেষ্ঠজন সকলো উলাই আহিছে নৈৰ ঘাটলৈ ৷ গৰু নোৱাই-ধুৱাই পৰম্পৰাগতভাৱে লাও,বেঙেনা, থেকেৰা গৰুৰ গালৈ দলিয়াই বিহুৰ সাতামপুৰুষীয়া ৰীতি-নীতি পালন কৰিছে গাঁৱৰ ৰাইজে ৷

Body:Byte=গাঁওবাসী

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.