ETV Bharat / state

ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতা উজলিল ধিঙৰ দুই প্ৰতিভা

অসম যোগ সন্থাই প্ৰতিনিধিত্ব কৰা নগাঁৱৰ ধিঙৰ আৰোগ্য যোগ কেন্দ্ৰৰ খেলুৱৈ পায়েল দেৱনাথ আৰু প্ৰতিভা কুৰীয়ে আৰ্টিষ্টিক যোগাসন প্ৰতিযোগিতাত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়

author img

By

Published : Nov 16, 2019, 2:07 PM IST

ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতা উজলিল ধিঙ কন্যা

ধিং, 16 নৱেম্বৰঃ জয়পুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত অসম দলৰ সাফল্য । ধিঙত উছাহৰ ঢল । উল্লেখ্য যে, ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা যোগ ফেডাৰেচন অফ ইণ্ডিয়াৰ ৪৪ তম জ্যেষ্ঠ ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত অসম যোগ সন্থাই প্ৰতিনিধিত্ব কৰা নগাঁৱৰ ধিঙৰ আৰোগ্য যোগ কেন্দ্ৰৰ খেলুৱৈ পায়েল দেৱনাথ আৰু প্ৰতিভা কুৰীয়ে আৰ্টিষ্টিক যোগাসন প্ৰতিযোগিতাত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয় ৷

আনহাতে, চিত্তৰঞ্জন বৰা আৰু ৰূপজ্যোতি কৰৰ তত্বাৱধানত যোৱা খেলুৱৈসকলৰ সাফল্যত আনন্দ প্ৰকাশ কৰিছে ধিঙবাসীয়ে । প্ৰতিযোগিতা প্ৰায় ৩০ তকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যই অংশগ্ৰহণ কৰে ৷ ধিঙৰ আৰোগ্য যোগা কেন্দ্ৰৰ খেলুৱৈ সকলে বিগত কেইবা বছৰ ধৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলি আনিবলৈ সক্ষম হৈছে ৷

ধিং

Intro:জয়পুৰত অনুষ্ঠিত ৰাষ্ট্রীয় যোগসন প্ৰতিযোগিতাত অসমৰ দলৰ সাফল্য।ধিঙত উছাহৰ ধল।Body:আৰোগ্য যোগ কেন্দ্ৰৰ খেলুৱৈৰ সাফল্য । সদ্যসমাপ্ত যোগ ফেডাৰেচন অফ ইণ্ডিয়াৰ ,ৰাজস্থানৰ জয়পুৰ ত অনুষ্ঠিত হোৱা ,৪৪তম ছিনিয়ৰ ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত অসম যোগ সন্থাই প্ৰতিনিধিত্ব কৰা নগাঁৱৰ ধিঙৰ আৰোগ্য যোগ কেন্দ্ৰৰ খেলুৱৈ পায়েল দেৱনাথ আৰু প্ৰতিভা কুৰীয়ে আৰ্টিষ্টক যোগাসন প্ৰতিযোগিতাত পঞ্চম স্থান অৰ্জন কৰি ধিঙলৈ লৈ গৌৰৱ কঢ়িয়াই আনিছে।চিত্তৰঞ্জন বৰা আৰু ৰূপজ্যোতি কৰৰ তত্বাৱধানত যোৱা খেলুৱৈসকলৰ এই সাফল্যত ধিঙত উছাহৰ ধল বৈছে।
এই প্ৰতিযোগিতা খনিত প্ৰায় ৩০ তকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যই অংশগ্ৰহণ কৰিছিল।উল্লেযোগ্য যে ধিঙৰ আৰোগ্য যোগা কেন্দ্ৰৰ খেলুৱৈ সকলে বিগত কেইবা বছৰ ধৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলি আনিবলৈ সক্ষম হৈছে ।______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.