ETV Bharat / state

এমহীয়া শিশুক ভুল চিকিৎসা কৰাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে

author img

By

Published : Dec 16, 2020, 7:22 PM IST

নগাঁৱৰ মাৰ্চি হাস্পতাল নামৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত মঙলবাৰে চিকিৎসা গ্ৰহণ কৰিছিল নগাঁৱৰ ধিং গেটৰ নবীন নগৰৰ আক্ৰাম লস্কৰৰ এমহীয়া সন্তানক। কিন্তু হাজৰিকা উপাধিৰ এগৰাকী চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰোৱাৰ পিছতেই হঠাৎ অসুস্থ হৈ পৰে এমহীয়া শিশুটি।

nagaon-wrong-treatment
এমহীয়া শিশুক ভুল চিকিৎসা কৰাৰ অভিযোগ নগাঁৱৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে

নগাঁও, 16 ডিচেম্বৰ : নগাঁৱত এটি এমহীয়া শিশুক ভুল চিকিৎসা প্ৰদানৰ অভিযোগ উত্থাপন হৈছে এগৰাকী চিকিৎসকৰ বিৰুদ্ধে। নগাঁৱৰ মাৰ্চি হস্পিতাল নামৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত মঙলবাৰে চিকিৎসা কৰোৱা হৈছিল নগাঁৱৰ ধিং গেটৰ নবীন নগৰৰ আক্ৰাম লস্কৰৰ এমহীয়া সন্তানক। কিন্তু হাজৰিকা উপাধিৰ এগৰাকী চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰোৱাৰ পিছতেই হঠাৎ অসুস্থ হৈ পৰে এমহীয়া শিশুটি । সংকটজনক অৱস্থাত শিশুটিক আন এগৰাকী চিকিৎসকৰ কাষ চপাত ভুল চিকিৎসাৰ বলি হোৱাৰ কথা অৱগত হয় বুলি সংবাদ মাধ্যমৰ সন্মুখত অভিযোগ কৰিছে শিশুটিৰ পৰিয়ালৰ লোকে ।

হাজৰিকা উপাধিৰ চিকিৎসকগৰাকীৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ উত্থাপন কৰি আইনৰ আশ্ৰয় লোৱাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে শিশুটিৰ পৰিয়ালৰ লোকে।
লগতে পঢ়ক: সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানিয়েই নগাঁৱত অনুষ্ঠিত হ'ব তিৱা স্বায়ত শাসিত পৰিষদৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.