ETV Bharat / state

নগাঁৱৰ বৰঘাটত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 1

এখন পালচাৰ বাইকেৰে উৰিয়াগাঁৱৰ পৰা গৈ থকা অৱস্থাতে এখন ছুইফট্ ডিজায়াৰে খুন্দিওৱাৰ ফলত মৃত্যু হয় হাচেন আলীৰ ৷

author img

By

Published : Jun 17, 2019, 7:30 PM IST

নগাঁৱৰ বৰঘাটত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 1

নগাঁও,17 জুনঃ নগাঁৱৰ বৰঘাট বাইপাছত সোমবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হয় হাচেন আলী নামৰ এজন বাইক আৰোহী । উৰীয়াগাঁৱৰ পৰা দুই বিয়ৈ এখন পালচাৰ বাইকেৰে গৈ থকা অৱস্থাতে এখন চুইফট ডিজায়াৰে খুন্দিওৱাৰ ফলত সংঘটিত হয় দুর্ঘটনাটো । দুর্ঘটনাটোৰ ফলত নিহত হয় শিয়ালমাৰী গাঁৱৰ হাচেন আলী । লগতে ৰমজান আলী নামৰ আন এজন লোক আহত হয় ।

Intro:নগাঁৱৰ বৰঘাট বাইপাছত শোকাবহ দুৰ্ঘটনা। এজন নিহত।

Body:নগাঁৱৰ বৰঘাট বাইপাছত সোমবাৰে বিয়লি সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় হাচেন আলী নামৰ এজন বাইক আৰোহী। উৰীয়াগাঁৱৰ পৰা দুই বিয়ৈ এখন পালচাৰ বাইকেৰে গৈ থকা অৱস্থাতে এখন চুইফট ডিজায়ৰে খুন্দিওৱাৰ ফলত সংঘটিত হয় দুর্ঘটনাটো। দুর্ঘটনাটোৰ ফলত নিহত হয় শিয়ালমাৰী গাঁৱৰ হাচেন আলী। লগতে ৰমজান আলী নামৰ আন এজন লোক আহত হয়।
bite. আহত ৰমজান আলী।
------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৭-৬-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.