নগাঁও,15 অক্টোবৰ : নগাওঁ আৰক্ষীৰ জালত পৰিল অস্ত্ৰসহ কেঁকোসাপ সৰবৰাহকাৰী । ধুবুৰী জিলাৰ চাপৰৰ আলালউদ্দিন নামৰ লোকজনে এখন যাত্ৰীবাহী বাছত পিষ্টল আৰু কেঁকোসাপ লৈ গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত নগাওঁ আৰক্ষীৰ জালত পৰে । প্ৰাপ্ত তথ্য অনুসৰি গোপন সূত্ৰৰ পৰা আলালউদ্দিন নামৰ লোকজনে কেঁকোসাপসহ নগাঁৱৰ আমিনৰ পৰা গুৱাহাটী লৈ গৈ থকাৰ খবৰ লাভ কৰি নগাওঁ সদৰ আৰক্ষী থানাৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়া আৰু বিশেষ শাখাৰ উপ পৰিদৰ্শক জন দাসৰ নেতৃত্বত আৰক্ষীৰ দলে বৰঘাট বাইপাছত তালাচী চলাই আটক কৰে কেঁকোসাপ সৰবৰাহকাৰীজনক । লগতে সৰহবৰাহকাৰী আলালউদ্দিনৰ পৰা জব্দ কৰে এটা পিষ্টল ৷ বৰ্তমান নগাঁও আৰক্ষী জিম্মাত আছে কেঁকোসাপ সৰহবৰাহকাৰী আলালউদ্দিন ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে লোকজনক ৷
নগাওঁ আৰক্ষীৰ জালত পিষ্টলসহ কেঁকোসাপ সৰবৰাহকাৰী - গুৱাহাটী
মঙলবাৰে নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় কেঁকোসাপৰ লগতে পিষ্টলসহ ধুবুৰীৰ আলালউদ্দিন নামৰ এজন লোকক ৷ নগাঁৱৰ আমিনৰ পৰা গুৱাহাটী লৈ গৈ থকা অৱস্থাত লোকজনক আটক কৰে নগাঁও আৰক্ষীয়ে ৷
নগাঁও,15 অক্টোবৰ : নগাওঁ আৰক্ষীৰ জালত পৰিল অস্ত্ৰসহ কেঁকোসাপ সৰবৰাহকাৰী । ধুবুৰী জিলাৰ চাপৰৰ আলালউদ্দিন নামৰ লোকজনে এখন যাত্ৰীবাহী বাছত পিষ্টল আৰু কেঁকোসাপ লৈ গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত নগাওঁ আৰক্ষীৰ জালত পৰে । প্ৰাপ্ত তথ্য অনুসৰি গোপন সূত্ৰৰ পৰা আলালউদ্দিন নামৰ লোকজনে কেঁকোসাপসহ নগাঁৱৰ আমিনৰ পৰা গুৱাহাটী লৈ গৈ থকাৰ খবৰ লাভ কৰি নগাওঁ সদৰ আৰক্ষী থানাৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়া আৰু বিশেষ শাখাৰ উপ পৰিদৰ্শক জন দাসৰ নেতৃত্বত আৰক্ষীৰ দলে বৰঘাট বাইপাছত তালাচী চলাই আটক কৰে কেঁকোসাপ সৰবৰাহকাৰীজনক । লগতে সৰহবৰাহকাৰী আলালউদ্দিনৰ পৰা জব্দ কৰে এটা পিষ্টল ৷ বৰ্তমান নগাঁও আৰক্ষী জিম্মাত আছে কেঁকোসাপ সৰহবৰাহকাৰী আলালউদ্দিন ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে লোকজনক ৷
Body:নগাওঁ আৰক্ষীৰ জালত পৰিছে অস্ত্ৰ, কেঁকোসাপসহ সৰবৰাহকাৰী। ধুবুৰী জিলাৰ চাপৰৰ আলালউদ্দিন নামৰ লোকজনে এখন যাত্ৰীবাহী বাছত পিষ্টল আৰু কেঁকোসাপ লৈ গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত জালত পৰে নগাওঁ আৰক্ষীৰ। নগাঁৱৰ আমনিৰ পৰা গুৱাহাটী গৈ থকাৰ খবৰ লাভ কৰি নগাওঁ আৰক্ষীৰ সদৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়া আৰু বিশেষ শাখাৰ উপ পৰিদৰ্শক জন দাসৰ নেতৃত্বত আৰক্ষীৰ দলে বৰঘাট বাইপাছত তালাচী চলাই আটক কৰে কেঁকোসাপ সৰবৰাহকাৰীক। ধৃত আলালউদ্দিনক জেৰা অব্যাহত ৰাখিছে নগাওঁ আৰক্ষীয়ে।
bite-
-------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৫-১০-১৯
Conclusion: