ETV Bharat / state

পত্নী,সন্তানক জ্বলাই দিয়া ৰফিকুল ইছলাম নগাঁও আৰক্ষীৰ জালত - নগাঁও চহৰৰ ২ নং মোল্লাপট্টি

ঘৰুৱা কন্দলৰ বাবেই পেট্ৰল ঢালি পত্নীৰ লগতে এটি কন্যা আৰু পুত্ৰ সন্তানক জ্বলাই দিয়াৰ ফলত মহিলাগৰাকীৰ লগতে কন্যা সন্তানটিৰ মৃত্যু হয়।

পত্নী,সন্তানক জ্বলাই দিয়া ৰফিকুল ইছলাম নগাঁও আৰক্ষীৰ জালত

author img

By

Published : Sep 5, 2020, 6:21 PM IST

নগাঁও,৫ চেপ্তেম্বৰঃ বৃহস্পতিবাৰে নিশা নিজ পত্নী আৰু দুটাকৈ সন্তানক পেট্ৰল ঢালি জ্বলাই দিয়াৰ মূল অভিযুক্ত ৰফিকুল ইছলামক শনিবাৰে আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে। নগাঁও চহৰৰ ২ নং মোল্লাপট্টিৰ ৰফিকুল ইছলাম নামৰ লোকজনে ঘৰুৱা কন্দলৰ বাবেই পেট্ৰল ঢালি পত্নীৰ লগতে এটি কন্যা আৰু পুত্ৰ সন্তানক জ্বলাই দিয়াৰ ফলত মহিলাগৰাকীৰ লগতে কন্যা সন্তানটিৰ মৃত্যু হয়। ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰাই পলায়ন কৰা মূল অভিযুক্ত ৰফিকুল ইছলামক শনিবাৰে নগাঁও আৰক্ষীয়ে ধিঙৰ পৰা আটক কৰিবলৈ সক্ষম হয় । অধিক তথ্যৰ বাবে ধৃত ৰফিকুল ইছলামক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.