ETV Bharat / state

বটদ্ৰৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী

বটদ্ৰৱা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে আমিৰ উদ্দিন, আশ্বাদুল ইছলাম আৰু হিচমুল বাহাৰক আটক কৰাৰ লগতে AS 02BC9298 নম্বৰৰ এখন ব'লেৰ পিকআপ গাড়ীও জব্দ কৰিবলৈ সক্ষম হয় ৷

author img

By

Published : Dec 16, 2020, 10:52 PM IST

nagaon-drugs-paddler-arrested
বটদ্ৰৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী

চামগুৰি, 16 ডিচেম্বৰ : বটদ্ৰৱা আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সাফল্য ৷ মঙলবাৰে নিশাৰ ভাগত এক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে বটদ্ৰৱা আৰক্ষীয়ে ৷

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্পণ শইকীয়াৰ নেতৃত্বত আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ অভিযানকালত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে আমিৰ উদ্দিন, আশ্বাদুল ইছলাম আৰু হিচমুল বাহাৰক আটক কৰাৰ লগতে AS 02BC9298 নম্বৰৰ এখন ব'লেৰ পিকআপ গাড়ীও জব্দ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান আৰক্ষীয়ে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটাক সোধ পোছ অব্যাহত ৰাখিছে।

লগতে পঢ়ক: কাইলৈ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন : সাজু প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.