ETV Bharat / state

চাপৰমুখ ষ্টেচনত যুৱকৰ পলায়নৰ বাতৰি ভিত্তিহীন, স্পষ্ট কৰিলে নগাঁও উপায়ুক্তই - Saparmukh station

নগাঁৱৰ ৰহা চাপৰমুখত ৰে'লেৰে বহিঃৰাজ্যৰ পৰা অহা যুৱক পলায়ন কৰা বাতৰি সম্পূৰ্ণ ভিত্তিহীন বুলি স্পষ্ট কৰি দিয়ে উপায়ুক্ত যাদৱ শইকীয়াই ।

Nagaon DC Confirms boy run from Saparmukh station is baseless
চাপৰমুখ ষ্টেচনৰ পৰা যুৱকৰ পলায়নৰ বাতৰি ভিত্তিহীন,স্পষ্ট কৰে নগাঁও উপায়ুক্তই
author img

By

Published : May 26, 2020, 12:01 PM IST

নগাঁও, 26 মেঃ নগাঁৱৰ ৰহা চাপৰমুখত ৰে'লেৰে বহিঃৰাজ্যৰ পৰা অহা যুৱক পলায়ন কৰা বাতৰি সম্পূৰ্ণ ভিত্তিহীন বুলি স্পষ্ট কৰি দিয়ে উপায়ুক্ত যাদৱ শইকীয়াই । উল্লেখ্য যে, ৰে'লৰ পৰা যুৱকজন পলায়ন কৰা বাতৰি চ'ছিয়েল মিডিয়াযোগে প্ৰচাৰৰ পিছতেই তাৎক্ষণিকভাৱে চাপৰমুখ ষ্টেচন কৰ্তৃপক্ষই আৰম্ভ কৰে তদন্ত । কৰ্তৃপক্ষই অনুসন্ধান কৰি বিষয়টো ভিত্তিহীন বুলি আৰক্ষীক অৱগত কৰাৰ পিছতেই এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰে উপায়ুক্ত গৰাকীয়ে ।

চাপৰমুখ ষ্টেচনত যুৱকৰ পলায়নৰ বাতৰি ভিত্তিহীন

লগতে পঢ়ক- গুৰুত্বপূৰ্ণ জাননী : ২৬ মে'ৰ পৰা বিতৰণ কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.