ETV Bharat / state

নগাঁৱত পিষ্টলসহ এজন যুৱকক আটক ৰাইজৰ - নগাঁৱত এজন যুৱকক পিষ্টলসহ আটক কৰি ৰাইজে সোধালে উত্তম-মধ্যম

নগাঁৱৰ খাগৰিজান অঞ্চলত ছয় সাতজনীয়া এটা দলৰ সন্ত্ৰাস। দলটোৰ এজন যুৱকক পিষ্টলসহ আটক কৰি ৰাইজে সোধালে উত্তম-মধ্যম। ৰাইজৰ ৰুদ্ৰমূৰ্ত্তি দেখি পলায়ন দলটোৰ আন সদস্যৰ।

Nagaon arrest man with a gun by public
নগাঁৱত পিষ্টলসহ এজন যুৱকক আটক ৰাইজৰ
author img

By

Published : Nov 28, 2019, 9:05 AM IST

নগাঁও,28 নৱেম্বৰ: নগাঁৱৰ খাগৰিজানত পইণ্ট ২২ পিষ্টল সহ এজন যুৱকক আটক ৰাইজৰ ৷ বুধবাৰে নিশা প্ৰায় ৬-৭জনীয়া যুৱকৰ দলে পিষ্টল লৈ সন্ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগত নগাঁৱৰ খাগৰিজান অঞ্চলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । ৰাইজৰ অভিযোগ যে,ডকাইটিৰ প্ৰচেষ্টাৰে যুৱকৰ দলটোৱে খাগৰিজানত প্ৰৱেশ কৰিছিল । কিন্তু স্থানীয় ৰাইজে ৬-৭জনীয়া যুৱকৰ দলটোক খেদি যোৱাত দলটোৰ সদস্যসকলে পলায়ন কৰে ৷ কিন্তু দলটোৰ শংকুমণি গোস্বামী নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৰাইজে । আটকাধীন যুৱকজনৰ ঘৰ নগাঁৱৰ খুটিকটীয়াত । ধৃত যুৱকজনক ৰাইজে উত্তম-মধ্যম সোধাই আৰক্ষীৰ হাতত গতাই দিয়ে ৷ উল্লেখ্য যে জব্দকৃত পিষ্টলটোৰ অনুজ্ঞাপত্ৰ থকা বুলি ধৃত শংকুমণি গোস্বামীয়ে দাবী কৰিছে যদিও পিষ্টলটো বৈধ নে অবৈধ এই বিষয়ে এতিয়ালৈ নিশ্চিত নহয় আৰক্ষী ৷ বৰ্তমান নগাঁও আৰক্ষীয়ে যুৱকজনক জিম্মাত ৰাখি অব্যাহত ৰাখিছে তদন্ত ।

নগাঁৱত পিষ্টলসহ এজন যুৱকক আটক ৰাইজৰ

লগতে পঢ়ক:মটক যুৱ ছাত্ৰ-আমছুৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া

Intro:নগাঁৱত পিষ্টলসহ যুৱকক আটক কৰি ৰাইজে সোধালে উত্তম-মধ্যম। ৰাইজৰ ৰুদ্ৰমূৰ্ত্তি দেখি পলায়ন দলটোৰ অন্যান্য সশস্যৰ। ছয় সাতজনীয়া এটা দলৰ সন্ত্ৰাস। Body:নগাঁৱৰ খাগৰিজানত অত্যাধুনিক পইণ্ট ২২ পিষ্টল সহ এজন যুৱকক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক। বুধবাৰে নিশা প্ৰায় ৬-৭জনীয়া যুৱকৰ দলে পিষ্টল লৈ সন্ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । ৰাইজৰ অভিযোগ খাগৰিজানত ডকাইটিৰ প্ৰচেষ্টাৰে যুৱকৰ দলটোৱে প্ৰৱেশ কৰিছিল। কিন্তু সেইসময়তে স্থানীয় ৰাইজে ৬-৭জনীয়া যুৱকৰ দলটোক খেদি যোৱাত দলটোৰ সদস্যসকলে পলায়ণ কৰে যদিও দলটোৰ শংকুমণি গোস্বামী নামৰ এজন যুৱকক আটক কৰি উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। আটকাধীন যুৱকজনৰ ঘৰ নগাঁৱৰ খুটিকটীয়াত। উল্লেখযোগ্য যে জব্দকৃত পিষ্টলটোৰ অনুজ্ঞাপত্ৰ থকা বুলি ধৃত লোকজনে দাবী কৰিছে যদিও পিষ্টলটো বৈধ নে অবৈধ এই নিশ্চিত হব পৰা নাই আৰক্ষী। ইতিমধ্যে ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে অব্যহত ৰাখিছে তদন্ত ।
Bite, নগৰ আৰক্ষী বিষয়া, ধৃত গোস্বামী
----------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
28-11-19 Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.