- জুৰীয়াত নিৰ্মমভাৱে প্ৰহাৰ এজন যুৱকক
- এগৰাকী যুৱতীক ভাল পায় অবৈধ সম্পৰ্ক স্থাপন কৰাৰ বাবেই এই শাস্তি যুৱকজনক
- নগাঁৱৰ জুৰীয়া কলনি জলাহত সংঘটিত হয় এই ঘটনা
- বিচাৰ কৰাৰ নামত যুৱক জনক উপৰ্যুপৰি প্ৰহাৰ
পুনৰ মৰেল পুলিচ!
নগাঁৱৰ জুৰীয়া কলনি জলাহত সংঘটিত এই ঘটনা
পুনৰ মৰেল পুলিচ!
- জুৰীয়াত নিৰ্মমভাৱে প্ৰহাৰ এজন যুৱকক
- এগৰাকী যুৱতীক ভাল পায় অবৈধ সম্পৰ্ক স্থাপন কৰাৰ বাবেই এই শাস্তি যুৱকজনক
- নগাঁৱৰ জুৰীয়া কলনি জলাহত সংঘটিত হয় এই ঘটনা
- বিচাৰ কৰাৰ নামত যুৱক জনক উপৰ্যুপৰি প্ৰহাৰ
Intro:Breaking Body:জুৰীয়াত মৰেল পুলিচিং। যুৱকক বান্ধি একাংশৰ মাৰপিট।জুৰীয়া কলনি জলাহত সংঘটিত এই ঘটনা।
এগৰাকী ছোৱালীক ভাল পায় অবৈধ সম্পৰ্ক স্থাপন কৰাৰ বাবেই এই শাস্তি যুৱক জনক।বিচাৰ কৰাৰ নামত যুৱক জনৰ ওপৰত এইদৰে মাৰপিট কৰে একাংশ লোকে। হাত ভৰি বান্ধি প্ৰহাৰ যুৱকক। আইন হাতত তুলি প্ৰহাৰ প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিও।
---------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
28-6-19Conclusion:

Last Updated : Jun 29, 2019, 8:08 AM IST