ETV Bharat / state

সমষ্টিৰ উন্নয়নৰ বাবে তৎপৰ বিধায়ক ৰূপক শৰ্মা

author img

By

Published : Jun 5, 2021, 8:02 AM IST

সমষ্টিৰ উন্নয়নৰ গতি তৰাম্বিত কৰাৰ উদ্দেশ্যে তৎপৰ হৈ পৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ৷ শুকুৰবাৰে লোক নিৰ্মাণ(PWD road) বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগত বৈঠকত মিলিত হয় বিধায়কগৰাকী ৷

mla-rupak-sarma-taking-intiative-for-quick-development
সমষ্টিৰ উন্নয়নৰ বাবে তৎপৰ বিধায়ক ৰূপক শৰ্মা

চামগুৰি,5 জুন: দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে নিজ সমষ্টিৰ আধৰুৱা হৈ থকা উন্নয়নমূলক কামসমূহ সম্পূৰ্ণ কৰিবৰ বাবে তৎপৰ হৈ পৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ৷

শুকুৰবাৰে এই সন্দৰ্ভত লোক নিৰ্মাণ বিভাগ(PWD road) ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগত এখন বৈঠকত মিলিত হয় বিধায়ক গৰাকী ৷ কৰ'ণা মহামাৰীৰ এই জটিল ক্ষণত উন্নয়নৰ গতি যাতে স্তব্ধ হৈ নপৰে, সেই উদ্দেশ্যে আগত ৰাখিয়ে অনুষ্ঠিত কৰা হয় বৈঠকখন ৷

বৈঠকত লোক নিৰ্মাণ বিভাগৰ আধৰুৱা হৈ থকা কামসমূহৰ পৰ্যালোচনা কৰে বিধায়ক শৰ্মাই ৷ লগতে ততাতৈয়াকৈ সেই কামসমূহ সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে ৷

লগতে পঢ়কঃ ৰাজ্য চৰকাৰে সাল-সলনি কৰিলে ক’ভিডৰ নীতি নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.