ETV Bharat / state

বটদ্ৰৱাৰ আকাশীগংগাত আঙুৰলতা ডেকাই এৰিলে দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ

author img

By

Published : Jul 25, 2019, 11:03 PM IST

বটদ্ৰৱাৰ আকাশী গংগাৰ জলধাৰাত বিধায়িকা আঙুৰলতা ডেকাই এৰিলে দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ । দাঙি ধৰিলে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন ।

বটদ্ৰৱাৰ আকাশীগংগাত আঙুৰলতা ডেকাই এৰিলে দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ

বটদ্ৰৱা,25জুলাইঃ বিধায়িকা আঙুৰলতা ডেকাই ডাঙি ধৰিলে প্ৰকৃতিপ্ৰেমীৰ অন্যতম নিদৰ্শন । গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাৰ আকাশীগংগাৰ জলধাৰত বিধায়িকা আঙুৰলতা ডেকাই এৰিলে বিৰল প্ৰজাতিৰ এটি কাছ । বটদ্ৰৱা থানৰ পবিত্ৰ আকাশী গংগাত যোৱা কেইবছৰ মানৰ পৰা ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱসকলে শতাধিক দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ এৰি অঞ্চলটোক কাছৰ সংৰক্ষণ স্থলীলৈ পৰিণত কৰিছে ।

Intro:বটদ্ৰৱাৰ আকাশী গংগাৰ জলধাৰাত বিধায়িকা আঙুৰলতা ডেকাই এৰিলে দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ । দাঙি ধৰিলে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন ।Body:বিধায়িকা আঙুৰলতা ডেকাই ডাঙি ধৰিলে প্ৰকৃতিপ্ৰেমীৰ অন্যতম নিদৰ্শন । গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাৰ আকাশীগংগাৰ জলাধাৰত বিধায়িকা আঙুৰলতা ডেকাই এৰিলে বিৰল প্ৰজাতিৰ এটি কাছ ।
বটদ্ৰৱা থানৰ পবিত্ৰ আকাশী গংগাত যোৱা কেই বছৰ মানৰ পৰা ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণব সকলে শতাধিক দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ এৰি এক সংৰক্ষণৰ থলীলৈ পৰিনত কৰিছে । ভকত বৈষ্ণৱৰ এই মহান প্ৰচেষ্টাৰ অংশ হিচাপে বৃহস্পতিবাৰে বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকাই আকাশী গংগাত এটা দুস্প্ৰাপ্য প্ৰজাতিৰ বৰকাছ এৰি দিয়ে। বটদ্ৰৱা থানত বিধায়িকা আঙুৰলতা ডেকা উপস্থিত হৈ পবিত্ৰ আকাশী গংগাৰ সংগমত সেৱা জনাই বৰকাছ পোৱালি এৰি ভাষাৰে বুজাব নোৱাৰা এক পৰম সন্তোষ্টি লাভ কৰে বুলি সাংবাদিকক জানিবলৈ দিয়ে । বিধায়িকা গৰাকীৰ প্ৰকৃতিপ্ৰেমীৰ এনে নিদৰ্শনক সমষ্টি বাসী ৰাইজে একে মুখে শলাগ লৈছে । _______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.