ETV Bharat / state

ক্ষুব্ধ ৰাইজৰ ৰোষত পৰিল মন্ত্ৰী ৰঞ্জিৎ দত্ত : কনভয়সহ পলায়ন ঘটনাস্থলীৰ পৰা

author img

By

Published : Dec 15, 2019, 12:41 PM IST

ৰাইজৰ উত্তেজিত ৰূপ দেখি পলায়ন কৰিবলৈ বাধ্য হয় কনভয়সহ মন্ত্ৰী ৰঞ্জিৎ দত্ত ৷ পুৰণিগুদামত ক্ষুব্ধ ৰাইজৰ ৰোষত পৰিল মন্ত্ৰী ৰঞ্জিৎ দত্ত ৷

ৰাইজৰ ৰোষত পৰিল মন্ত্ৰী ৰঞ্জিৎ দত্ত
ৰাইজৰ ৰোষত পৰিল মন্ত্ৰী ৰঞ্জিৎ দত্ত

চামগুৰি, 15 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে শনিবাৰে সন্ধিয়া ৰাইজৰ ৰোষত পৰিল বিজেপি মন্ত্ৰী ৰঞ্জিত দত্ত ৷ চামগুৰি হৈ উজনি অসম অভিমুখে গৈ থকা অৱস্থাতে পুৰণিগুদামত ক্ষুব্ধ ৰাইজে ঘেৰাও কৰে মন্ত্ৰী ৰঞ্জিৎ দত্তক ৷

ৰাইজৰ ৰোষত মন্ত্ৰী ৰঞ্জিৎ দত্ত
ৰাইজৰ ৰোষত মন্ত্ৰী ৰঞ্জিৎ দত্ত

ৰাইজৰ উত্তেজিত ৰূপ দেখি পলায়ন কৰিবলৈ বাধ্য হয় কনভয়সহ মন্ত্ৰী ৰঞ্জিৎ দত্ত ৷ ক্ষুব্ধ ৰাইজে মন্ত্ৰীৰ সন্মুখতে চৰকাৰৰ বিৰুদ্ধে মূর্দাবাদ ধ্বনিৰে উত্তাল কৰিলে ৰাজপথ ৷

কনভয়সহ পলায়ন মন্ত্ৰী ৰঞ্জিৎ দত্তৰ

লগতে পঢ়ক: যোৰহাটত ব্যাপক প্ৰতিবাদ ৰাইজৰ

Intro:চামগুৰিত মন্ত্ৰী ৰঞ্জিত দত্তক খেদিলে উত্তেজিত ৰাইজে।
Body:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে শনিবাৰে সন্ধিয়া ৰাইজৰ ৰোষত পৰিল বিজেপি মন্ত্ৰী ৰঞ্জিত দত্ত। নগাঁৱৰ চাুগুৰি হৈ উজনি অসম অভিমুখে গৈ থকা অৱস্থাত পুৰণিগুদামত ক্ষুব্ধ ৰাইজে ঘেৰাও কৰে মন্ত্ৰী ৰঞ্জিত দত্তক। ৰাইজৰ উত্তেজিত ৰূপ দেখি পলায়ন কৰিবলৈ বাধ্য হয় কনভয়সহ মন্ত্ৰী ৰঞ্জিত দত্ত। মন্ত্ৰীৰ সন্মুখতে ক্ষুব্ধ ৰাইজে দিলে চৰকাৰৰ বিৰুদ্ধে মূর্দাবাদ ধ্বনি।
_________________________________
ৰকিবুল ওৱাহিদ, নগাওঁ
15-12-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.