ETV Bharat / state

অগপ-বিজেপি মিত্ৰজোঁটক সমৰ্থন কৃষক শ্ৰমিক উন্নয়য়ন পৰিষদৰ - ষক শ্ৰমিক উন্নয়য়ন পৰিষদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰা কৃষক শ্ৰমিক উন্নয়য়ন পৰিষদৰ মুকলি সমৰ্থন অগপ বিজেপিৰ মিত্ৰজোঁটক ৷ সংবাদমেল যোগে এই কথা প্ৰকাশ সংগঠনটোৰ নেতাৰ

অগপ-বিজেপিৰ মিত্ৰজোঁটক সমৰ্থন কৃষক শ্ৰমিক উন্নয়য়ন পৰিষদৰ
author img

By

Published : Apr 5, 2019, 6:46 PM IST

নগাঁও, 5 এপ্ৰিলঃ আগন্তুক লোকসভা নিৰ্বাচনত অগপ বিজেপিৰ মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা কৃষক শ্ৰমিক উন্নয়য়ন পৰিষদৰ । কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিক সমৰ্থন কৰা বুলি সংবাদমেলত মন্তব্য সংগঠনটোৰ নেতাৰ ৷ বিগত দিনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ হৈ থকা কৃষক শ্ৰমিক উন্নয়ন পৰিষদে অৱশেষত সমৰ্থন কৰিলে অগপ বিজেপি মিত্ৰজোঁটক ।

অগপ-বিজেপিৰ মিত্ৰজোঁটক সমৰ্থন কৃষক শ্ৰমিক উন্নয়য়ন পৰিষদৰ

শুকুৰবাৰে সংগঠনটোৰ নগাঁও জিলা কাৰ্যালয়ত সংবাদমেলৰ আয়োজন কৰি আগন্তুক লোকসভা নিৰ্বাচনত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ অসমবাসীক আহ্বান জনায় সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে । বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ বিৰুদ্ধে ভোটদান কৰিবলৈ আহ্বান জনায় । কেৱল এয়াই নহয় সংগঠনটোৱে অখিল গগৈ, হীৰেন গোহাঁইৰ দৰে ব্যক্তিৰ বিৰুদ্ধেও কৰে বহু বিস্ফোৰক মন্তব্য । অৱশ্যে ভৱিষ্যতেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতিব বুলি স্থিতি স্পষ্ট কৰিলে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ কলিতাই ।

Intro: অগপ বিজেপি মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান কেবৰ বিৰোধিতা কৰা কৃষক শ্ৰমিক উন্নয়য়ন পৰিষদৰ। কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিক সমৰ্থন কৰা বুলি সংবাদ মেলত মন্তব্য সংগঠনটোৰ।

Body:বিগত দিনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ হৈ থকা কৃষক শ্ৰমিক উন্নয়ন পৰিষদে অৱশেষত সমৰ্থন কৰিলে অগপ বিজেপি মিত্ৰজোঁটক। শুক্ৰবাৰে সংগঠনটোৰ নগাওঁ জিলা কাৰ্যালয়ত সংবাদ মেলৰ আয়োজন কৰি আগন্তক লোকসভা নিৰ্বাচনত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ অসমবাসীক আহ্বান জনায় সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে। বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ বিৰুদ্ধে ভোট দান কৰিবলৈ আহ্বান জনায়। আনকি তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৰ বিৰুদ্ধে ও উত্থাপন কৰে দুৰ্নীতিৰ অভিযোগ। কেৱল এয়াই নহয় সংগঠনটোৱে অখিল গগৈ, হীৰেন গোহাঁইৰ দৰে ব্যক্তিৰ বিৰুদ্ধেও কৰে বহু বিস্ফোৰক মন্তব্য। ভৱিষ্যতেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতিব বুলি স্থিতি স্পষ্ট কৰিলে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ কলিতাই।
bite,
---------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৫-৪-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.