ETV Bharat / state

কামপুৰত কপিলী নৈৰ ভয়ংকৰ ৰূপ : এজন নিৰুদ্দেশ - Flood

নগাঁৱৰ কামপুৰ কপিলী নৈৰ ভয়ংকৰ ৰূপ | কপিলী নৈৰ বানত প্ৰায় ১০ খনৰো অধিক গাঁও বানৰ কবলত | বানে উটুৱাই নিলে এজনক ৷

কামপুৰ কপিলী নৈৰ ভয়ংকৰ ৰূপ,এজন নিৰুদ্দেশ
author img

By

Published : Jul 14, 2019, 2:11 PM IST

বঢ়মপুৰ, 14 জুলাইঃ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুবাট মৌজা আৰু কামপুৰ মৌজাত বানৰ সংহাৰ ৷ বৰপানী আৰু কপিলী নৈৰ বানত প্ৰায় ৫০ খনৰো অধিক গাঁও বানৰ কবলত ৷ মাছ ধৰিবলৈ গৈ নিখোজ হয় এজন লোক ৷ জানিব পৰা মতে শনিবাৰে পশ্চিম ঘিলানী অমূল্য শৰ্মা নামৰ লোকজনে কপিলী নৈৰ বাঢ়নী পানীত মাছ মাৰিবলৈ গৈছিল ৷

কামপুৰ কপিলী নৈৰ ভয়ংকৰ ৰূপ,এজন নিৰুদ্দেশ

তাৰ পিছতে নিখোজ হয় লোকজন ৷ স্থানীয় লোকে উদ্ধাৰ অভিযান চলাইছিল যদিও বৰ্তমানেও সফল হোৱা নাই ৷ বৰ্তমান ঘটনাস্থলীত নিখোজ হোৱা লোকজনৰ উদ্ধাৰৰ বাবে কামপুৰ আৰক্ষী আৰু SDRF ৰ দল উপস্থিত ৷

Intro:কামপুৰ কপিলী নৈৰ ভয়ংকৰ ৰূপ | এজন নিৰুদ্দেশ

Anchor =নগাঁৱৰ কামপুৰ কপিলী নৈৰ ভয়ংকৰ ৰূপ | কপিলী নৈৰ বানত প্ৰায় ১০ খনৰো অধিক গাঁও বানৰ কবলত | বানে ওতোৱাই নিলে এজনক |

Body:Vo = কামপুৰৰ কপিলী নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে |কামপুৰ ৰাজহ চক্ৰ অন্তৰ্গত গৰুবাট মৌজা আৰু কামপুৰ মৌজাত বানৰ সংহাৰ |বৰপানী আৰু কপিলী নৈৰ বানত প্ৰায় ৫০ খনৰো অধিক গাঁও বানৰ কবলত | মাছ ধৰিবলৈ গৈ নিখোজ হয় এজন লোকৰ | জানিব পৰা মতে শনিবাৰে পশ্চিম ঘিলানী অমূল্য শৰ্মা নামৰ লোকজনে কপিলী নৈৰ বাঢ়নী পানীত মাছ মাৰিবলৈ গৈছিল ৷ তাৰ পিছতে নিখোজ হয় লোকজনৰ | স্থানীয় লোকে উদ্ধাৰৰ অভিযান চলাইছিল যদিও সফল নহ'ল | বৰ্তমান ঘটনাস্থলীত নিখোজ হোৱা লোকজনৰ উদ্ধাৰৰ বাবে কামপুৰ আৰক্ষী আৰু SDRF ৰ দল উপস্থিত হয় |

Byte = পৰিয়ালৰ লোক

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.