ETV Bharat / state

অলিম্পিক জয়ৰ সপোন লাভলীনা বৰগোঁহাইৰ - facilitate lavlina in nagaon

অলিম্পিক জয়ৰ সপোন আন্তৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোঁহাইৰ। ৰাছিয়াত অনুষ্ঠিত হৈ যোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা বৰগোঁহাইক নগাঁৱত সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁও জিলা বক্সিং এছ'চিয়েচনে ।

লাভলীনা বৰগোঁহাইক নগাঁৱত সম্বৰ্ধনা জ্ঞাপন
author img

By

Published : Oct 25, 2019, 8:26 AM IST

Updated : Oct 25, 2019, 8:49 AM IST

নগাঁও,25অক্টোবৰঃ আন্তৰাষ্ট্ৰীয় বক্সিঙত খ্যাতি অৰ্জন কৰা অসমকন্যা লাভলীনা বৰগোঁহাইৰ সপোন অলিম্পিক জয়ৰ । মাত্ৰ দুমাহ পাছতেই অলিম্পিকৰ যোগ্যতা নিৰ্ণয় খেলত অংশগ্ৰহণ কৰিব লাভলীনাই । অলিম্পিক জয়ৰ সপোন বুকুত লৈ কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা লাভলীনাক বৃহস্পতিবাৰে নগাঁৱত জনোৱা হয় বিপুল আদৰণি । ইতিমধ্যে ৰাছিয়াত অনুষ্ঠিত হৈ যোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা বৰগোঁহাইক নগাঁৱত সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁও জিলা বক্সিং এছ'চিয়েচনে । ইপিনে এই সভাৰ পৰাই অলিম্পিক জয়ৰ বাবে লাভলীনাই বিচাৰিলে অসমবাসীৰ আৰ্শীবাদ ।

Intro:অলিম্পিক জয়ৰ সপোন আন্তৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোঁহাইৰ।

Body:আন্তৰাষ্ট্ৰীয় বক্সিঙত খ্যাতি অৰ্জন কৰা অসমকণ্যা লাভলীনা বৰগোঁহাইৰ সপোন অলিম্পিক জয়ৰ। মাত্ৰ দুমাহ পাছতেই অলিম্পিকৰ যোগ্যতা নিৰ্ণয় খেলত অংশগ্ৰহণ কৰিব লাভলীনাই। অলিম্পিক জয়ৰ সপোন বুকুত লৈ কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা লাভলীনাক বৃহস্পতিবাৰে নগাঁৱত জনোৱা হয় বিপুল আদৰণি। ইতিমধ্যে ৰাছিয়াত অনুষ্ঠিত হৈ যোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা বৰগোঁহাইক নগাঁৱত সম্বৰ্ধনা জ্ঞাপন কৰে নগাওঁ জিলা বক্সিং এচচিয়েচনে। অলিম্পিক জয়ৰ বাবে লাভলীনাই বিচাৰিলে অসমবাসীৰ আৰ্শীবাদ।
bite,
-------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৪-১০-১৯

Conclusion:
Last Updated : Oct 25, 2019, 8:49 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.