ETV Bharat / state

শিক্ষক দিৱসৰ দিনাই নগাঁও মহাবিদ্যালয়ত গুৰুজনাৰ সৃষ্টিক চৰম অপমান

author img

By

Published : Sep 6, 2022, 12:56 PM IST

Updated : Sep 6, 2022, 2:27 PM IST

শিক্ষক দিৱসৰ দিনাই গুৰুজনাৰ সৃষ্টিক চৰম অপমান (Insult to creation of Sankardeva) । নগাঁও মহাবিদ্যালয়ত ইংৰাজী গীতত পৰিৱেশন সত্ৰীয়া নৃত্য । মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগে আয়োজন কৰা শিক্ষক দিৱসৰ অনুষ্ঠানত এই কাণ্ড ।

Satriya dance performed in English song at Nagaon College
শিক্ষক দিৱসৰ দিনাই গুৰুজনাৰ সংস্কৃতিক চৰম অপমান নগাঁও মহাবিদ্যালয়ত
  • শিক্ষক দিৱসৰ দিনাই গুৰুজনাৰ সৃষ্টিক চৰম অপমান (Insult to creation of Sankardeva)
  • নগাঁও মহাবিদ্যালয়ত ইংৰাজী গীতত পৰিৱেশন সত্ৰীয়া নৃত্য
  • মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগে আয়োজন কৰা শিক্ষক দিৱসৰ অনুষ্ঠানত এই কাণ্ড
  • নগাঁও মহাবিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষক-শিক্ষয়ত্ৰীৰ সন্মুখতে ঘটিল এই ঘটনা
  • ঘটনাক লৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া
  • এতিয়া মহাবিদ্যালয়খনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সকলো

Last Updated : Sep 6, 2022, 2:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.