ETV Bharat / state

জুৰীয়াত অৰুণোদয় আঁচনিত বিসংগতি

ৰূপহীহাটৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত কেইবাখনো গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

জুৰীয়াত অৰুণোদয় আঁচনিত বিসংগতি
জুৰীয়াত অৰুণোদয় আঁচনিত বিসংগতি
author img

By

Published : Dec 10, 2020, 12:42 PM IST

ৰূপহীহাট, 10 ডিচেম্বৰ: ৰূপহীহাটৰ জুৰীয়াত অৰুণোদয় আঁচনিত বিসংগতি সংঘটিত হোৱাৰ অভিযোগ ৷ ৰূপহীহাটৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত কেইবাখনো গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক খেলিমেলি হোৱাৰ বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি এখন মুছলমান জনবসতিপূৰ্ণ গাঁৱৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে হিন্দু মহিলাৰ নাম ৷ কিন্তু আলিটাঙনী জামুগুৰি গাঁও পঞ্চায়তত বসতি নাই এটাও হিন্দু পৰিয়ালৰ ৷ তাৰ পাচতো আঁচনিখনক হিতাধিকাৰীৰ তালিকাত প্ৰায় দুই কুৰি হিন্দু মহিলাৰ নাম অন্তৰ্ভুক্ত হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

লগতে পঢ়ক: নগাঁও জিলাৰ আয়ুসৰেখা স্বৰূপ কলং সূঁতিত অবৈধ খনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.