কলিয়াবৰ,15 জুনঃ ৰাজ্যত বনজ সম্পদ লুণ্ঠন অব্যাহত । শালনাৰ পৰা আমনি অভিমুখে আহি থকা অৱস্থাত এখন বাহনত কঢ়িয়াই অনা কাঠখিনি জব্দ কৰে শালনা আঞ্চলিক বন বিভাগে । শুক্ৰবাৰে নিশা এ এচ ০২ বি চি ৪২০৯ নম্বৰৰ এখন টাটা ম'বাইলৰ পৰা মূল্যবান কাঠখিনি জব্দ কৰে। তামোলৰ বাকলি ভৰ্তি বস্তাৰে কাঠখিনি ঢাকি আনিছিল চোৰাং কাঠখিনি। লক্ষাধিক টকাৰ কাঠখিন জব্দ কৰিলেও বন বিভাগে ৰহস্যজনকভাবে কাঠ সৰবৰাহত জড়িত কোনো এজন ব্যক্তিকে আটক কৰিব নোৱাৰাতো ৰহস্যৰ আৱৰ্তত ।
কলিয়াবৰত চোৰাং কাঠ জব্দ - SEIZED
এখন বাহনত কঢ়িয়াই অনা কাঠখিনি জব্দ কৰে শালনা আঞ্চলিক বন বিভাগে
কলিয়াবৰত চোৰাং কাঠ জব্দ
কলিয়াবৰ,15 জুনঃ ৰাজ্যত বনজ সম্পদ লুণ্ঠন অব্যাহত । শালনাৰ পৰা আমনি অভিমুখে আহি থকা অৱস্থাত এখন বাহনত কঢ়িয়াই অনা কাঠখিনি জব্দ কৰে শালনা আঞ্চলিক বন বিভাগে । শুক্ৰবাৰে নিশা এ এচ ০২ বি চি ৪২০৯ নম্বৰৰ এখন টাটা ম'বাইলৰ পৰা মূল্যবান কাঠখিনি জব্দ কৰে। তামোলৰ বাকলি ভৰ্তি বস্তাৰে কাঠখিনি ঢাকি আনিছিল চোৰাং কাঠখিনি। লক্ষাধিক টকাৰ কাঠখিন জব্দ কৰিলেও বন বিভাগে ৰহস্যজনকভাবে কাঠ সৰবৰাহত জড়িত কোনো এজন ব্যক্তিকে আটক কৰিব নোৱাৰাতো ৰহস্যৰ আৱৰ্তত ।
Intro:কলিয়াবৰত চোৰাং কাঠ জব্দ
এখন বাহনত কঢ়িয়াই অনা কাঠখিনি জব্দ কৰে শালনা আঞ্চলিক বন বিভাগেBody:ৰাজ্যত বনজ সম্পদ লুণ্ঠন অব্যাহত। শালনাৰ পৰা আমনি অভিমুখে আহি থকা অৱস্থাত এখন বাহনত কঢ়িয়াই অনা কাঠখিনি জব্দ কৰে শালনা আঞ্চলিক বন বিভাগে। শুক্ৰবাৰে নিশা এ এচ ০২ বি চি ৪২০৯ নম্বৰৰ এখন টাটা ম'বাইলৰ পৰা মূল্যবান কাঠখিনি জব্দ কৰে। তামোলৰ বাকলি ভৰ্তি বস্তাৰে কাঠখিনি ঢাকি আনিছিল চোৰাং কাঠখিনি। লক্ষাধিক টকাৰ কাঠখিন জব্দ কৰিলেও বন বিভাগে ৰহস্যজনকভাবে কাঠ সৰবৰাহত জড়িত কোনো এজন ব্যক্তিকে আটক কৰিব নোৱাৰাতো ৰহস্যৰ আৱৰ্তত।Conclusion:photos