ETV Bharat / state

মৈৰাবাৰীত অবৈধ কাঠ ফলা মিল জব্দ

অৱশেষত কুম্ভকৰ্ণ নিদ্ৰা ভাঙিল বনবিভাগৰ ৷ নগাঁও জিলাৰ মৈৰাবাৰীত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বনবিভাগৰ অভিযান।

author img

By

Published : Jul 10, 2020, 12:42 AM IST

ilegal-woodmill-seized-at-dhing-nagoan-forest-department
মৈৰাবাৰীত অবৈধ কাঠ ফলা মিল জব্দ

ধিং,9জুলাই : নগাঁও জিলাৰ মৈৰাবাৰীত চলি থকা অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলাই দুটাকৈ মিলৰ মেচিনৰ লগতে বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয় বনবিভাগ। বৃহস্পতিবাৰে চলোৱা অভিযানত বনবিভাগৰ দলটোত থাকে নগাঁও বনবিভাগৰ এছ ছি এফ বিষয়া শান্তনু বৰুৱাৰ লগতে পি আৰ অ শ্বামিম আক্তাৰা আৰু মৰিগাঁও বনবিভাগৰ বন বিষয়া ছাইদুৰ ৰহমান।

মৈৰাবাৰীত অবৈধ কাঠ ফলা মিল জব্দ

জব্দ কৰা অবৈধ কাঠফলা মিল দুটা গৰাকী আছিল ক্ৰমে নিজ ধিঙৰ আব্দুল মুতালিব আৰু উলুবাৰীৰ মুস্তাফিজুৰ ৰহমান ৷ আনহাতে বাকী থকা আৰু চাৰিটা মিলৰ বিৰুদ্ধে কেতিয়া বনবিভাগে অভিযান চলাব নে কিবা গোপন বুজাবুজি হ'ব তাক লৈ মৈৰাবাৰীবাসীৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছে ৷

লগতে পঢ়কঃ তাপসী পান্নুৰ লুপ লপেটা হ'ব নেকি COVID-19বীমা কৰা প্ৰথমখন ছবি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.