ETV Bharat / state

নগাঁৱত স্বাস্থ্য বিভাগৰ উদ্যোগত বিশাল স্বাস্থ্য মেলা - বিনামূলীয়া ঔষধৰো যোগান ধৰা হয়

স্বাস্থ্য মেলা খনত জাপানীজ এনকেফেলাইটিজ, স্ত্ৰী আৰু প্ৰসূতি ৰোগ, মানসিক ৰোগ আদি বিভিন্ন ৰোগৰ চিকিৎসাৰ লগতে বিনামূলীয়া ঔষধৰো যোগান ধৰা হয় ৷

স্বাস্থ্য বিভাগৰ উদ্যোগত বিশাল স্বাস্থ্য মেলা
author img

By

Published : Sep 8, 2019, 3:13 PM IST

নগাঁও, 8 ছেপ্টেম্বৰঃ শনিবাৰে নগাঁও চহৰৰ সমীপৱৰ্তী শিয়ালমাৰী মজলীয়া বিদ্যালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নগাঁও স্বাস্থ্য বিভাগৰ সহযোগত বিশাল স্বাস্থ্যমেলাৰ অনুষ্ঠিত হয়৷ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই এই স্বাস্থ্যমেলাৰ উন্মোচন কৰে৷

স্বাস্থ্য বিভাগৰ উদ্যোগত বিশাল স্বাস্থ্য মেলা

এই স্বাস্থ্য মেলাখনত প্ৰায় ডেৰ সহস্ৰাধিক লোকক চিকিৎসা সেৱা আগবঢ়োৱা হয়৷ ইয়াৰোপৰিও স্বাস্থ্য মেলা খনত জাপানীজ এনকেফেলাইটিজ, স্ত্ৰী আৰু প্ৰসূতি ৰোগ, মানসিক ৰোগ আদি বিভিন্ন ৰোগৰ চিকিৎসাৰ লগতে বিনামূলীয়া ঔষধৰো যোগান ধৰা হয় ৷

Intro:নগাঁৱত স্বাস্থ্য বিভাগৰ উদ্যোগত বিশাল স্বাস্থ্য মেলা:
Body:নগাঁও চহৰৰ সমীপৱৰ্তী শিয়ালমাৰী মজলীয়া বিদ্যালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নগাঁও স্বাস্থ্য বিভাগৰ সহযোগত বিশাল স্বাস্থ্যমেলাৰ অনুষ্ঠিত হয়। এই স্বাস্থ্যমেলাৰ দ্বাৰ উন্মোচন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। স্বাস্থ্য বিভাগৰ এই বিশাল স্বাস্থ্য মেলাত বিধায়ক ৰূপক শৰ্মাৰ লগতে উপস্থিত থাকে নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়া, স্বাস্থ্য বিভাগৰ বিষয়া মলয় আদিত্য । সন্ধিয়ালৈকে অনুষ্ঠিত স্বাস্থ্য মেলাত প্ৰায় ডেৰ সহস্ৰাধিক লোকক চিকিৎসাসেৱা আগবঢ়োৱা হয়। স্বাস্থ্য মেলাত জাপানীজ এনকেফেলাইটিজ, স্ত্ৰী আৰু প্ৰসূতি ৰোগ, মানসিক ৰোগ আদি বিভিন্ন ৰোগৰ চিকিৎসাৰ লগতে বিনামূলীয়া ঔষধৰো যোগান ধৰা হয়।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.