ETV Bharat / state

শিলঘাটত উদ্ধাৰ বিৰল প্ৰজাতিৰ সাপ - সাপ উদ্ধাৰ কলিয়াবৰ

ৰাইজে কলিয়াবৰৰ শিলঘাটৰ প্ৰকৃতি প্ৰেমী যুৱক তথা সৰ্প মানৱ সঞ্জীৱ ডেকাক খবৰ  দিয়াৰ পাচতে তেওঁ 5 ফুট দীঘল "গ্ৰীণ ক্ৰেট" সাপ ডাল উদ্ধাৰ কৰে ৷ পাচত বন বিভাগৰ সহযোগত কলিয়াবৰৰ শিলঘাট কামাখ্যা পাহাৰত মুক্ত বিচৰণৰ বাবে মোকলাই দিয়া হয় সাপডাল ৷

বিৰল প্ৰজাতিৰ সাপ উদ্ধাৰ
author img

By

Published : Jun 22, 2019, 5:04 PM IST

কলিয়াবৰ ,22 জুন :কলিয়াবৰৰ শিলঘাটত উদ্ধাৰ বিৰল প্ৰজাতিৰ সাপ ৷ শুকুৰবাৰে নিশা সন্তোষ বৰা নামৰ লোকজনকৰ ঘৰত এজোপা গছৰ ডালত এডাল কলিয়াবৰত সততে নেদেখা বিৰল "গ্ৰীণ ক্ৰেট" সাপডাল বিচৰণ কৰি থকা দেখা পায় ৷এই খবৰটো বিয়পি পৰাৰ লগে-লগে এই বিৰল প্ৰজাতিৰ সাপ ডাল চাবলৈ ৰাইজে ভীৰ কৰেহি সন্তোষ বৰাৰ ঘৰত।

শিলঘাটত উদ্ধাৰ এডাল বিৰল প্ৰজাতিৰ সাপ উদ্ধাৰ

অৱশ্যে ৰাইজে কলিয়াবৰৰ শিলঘাটৰ প্ৰকৃতি প্ৰেমী যুৱক তথা সৰ্প মানৱ সঞ্জীৱ ডেকাক খবৰ দিয়াৰ পাচতে তেওঁ 5 ফুট দীঘল "গ্ৰীণ ক্ৰেট" সাপ ডাল উদ্ধাৰ কৰে ৷ পাচত বন বিভাগৰ সহযোগত কলিয়াবৰৰ শিলঘাট কামাখ্যা পাহাৰত মুক্ত বিচৰণৰ বাবে মোকলাই দিয়া হয় সাপডাল ৷ বৰ্তমান সময়লৈ অজগৰ সাপ প্ৰায় 170 ডাল আৰু 280 ৰো অধিক সাপ উদ্ধাৰ কৰি কলিয়াবৰবাসী ৰাইজৰ বহু বিপদৰ পৰা উদ্ধাৰ কৰিছে এই উদীয়মান যুৱক সঞ্জীৱ ডেকাই।

Intro:কলিয়াবৰৰ শিলঘাটত উদ্ধাৰ এডাল বিৰল গ্ৰীণ ক্ৰে'ট সাপ
শুক্ৰবাৰে নিশা শিলঘাটত উদ্ধাৰ সাপটোBody:শুক্ৰবাৰে নিশা কলিয়াবৰৰ শিলঘাটৰ সন্তোষ বৰা নামৰ লোক এজনৰ বাসগৃহৰ এজোপা গছৰ ডালত এডাল কলিয়াবৰত সততে নেদেখা বিৰল গ্ৰীণ ক্ৰে'ট সাপডাল বিচৰণ কৰি থকা দেখা পায় সন্তোষ বৰাৰ পৰিয়ালৰ লোকে আৰু এই খবৰটো বিয়পি পৰাৰ লগে-লগে এই বিৰল প্ৰজাতিৰ সাপ ডাল চাবলৈ ৰাইজে ভীৰ কৰেহি সন্তোষ বৰাৰ ঘৰত।
অৱশ্যে ৰাইজে কলিয়াবৰৰ শিলঘাটৰ প্ৰকৃতি প্ৰেমী যুৱক তথা সৰ্প মানৱ সঞ্জীৱ ডেকাক সাপ ওলোৱা খবৰ দিয়ে। সঞ্জীৱ ডেকা উপস্থিত হয় সন্তোষ বৰাৰ ঘৰত আৰু নিজৰ দক্ষতাৰে উদ্ধাৰ কৰে গ্ৰীণ ক্ৰে'ট সাপডাল। প্ৰায় ৫ ফুট দীঘল এই গ্ৰীণ ক্ৰেট সাপ ডাল উদ্ধাৰ কৰি কলিয়াবৰৰ শিলঘাট কামাখ্যা পাহাৰত বন বিভাগৰ সহযোগত মুক্ত বিচৰণৰ বাবে মোকলাই দিয়ে সৰ্প মানৱ সঞ্জীৱ ডেকাই।
বৰ্তমান সময়লৈ অজগৰ সাপ প্ৰায় ১৭০ ডাল আৰু ২৮০ ৰো অধিক সাপ উদ্ধাৰ কৰি কলিয়াবৰবাসী ৰাইজৰ বহু বিপদৰ পৰা উদ্ধাৰ কৰিছে এই উদীয়মান যুৱক সঞ্জীৱ ডেকাই। আজি উদ্ধাৰ হোৱা এই বিৰল প্ৰজাতিৰ গ্ৰীণ ক্ৰেট সাপ ডাল বিষাক্ত বুলিও আমাক জানিবলৈ দিয়ে।Conclusion:visuals
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.