ETV Bharat / state

গ্ৰীণ হাউচৰ ভিতৰত মা দুৰ্গা - দুৰ্গা পূজা

আজি মহা অষ্টমী ৷ সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে দুৰ্গা পূজা ৷ ইয়াৰ ব্যক্তিক্ৰম ঘটা নাই নগাঁও চহৰতো ৷ কিন্তু আজি দেখুৱাম এটা বিশেষ পূজা মণ্ডপ ৷ কম বাজেটৰ এক আধুনিক পূজা মণ্ডপ । চাওক নগাঁৱৰ খ্ৰীষ্টিয়ানপট্টিত গ্ৰীণ হাউচৰ ভিতৰত দুৰ্গা পূজা । খ্ৰীষ্টিয়ান পট্টিৰ যুৱ সমিতিয়ে অতি কম খৰচত নিৰ্মাণ কৰিছে আটক ধুনীয় পূজা মণ্ডপ । বান আৰু ধুমুহাত বিধ্বস্ত গছ আৰু গছৰ পাত ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপ ৷

গ্ৰীণ হাউচৰ ভিতৰত মা দুৰ্গা
author img

By

Published : Oct 6, 2019, 2:18 PM IST

নগাঁও, 6 অক্টোবৰঃ আজি মহা অষ্টমী ৷ সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে দুৰ্গা পূজা ৷ ইয়াৰ ব্যক্তিক্ৰম ঘটা নাই নগাঁও চহৰতো ৷ আজি দেখুৱাম এটা বিশেষ পূজা মণ্ডপ ৷ কম বাজেটৰ এক আধুনিক পূজা মণ্ডপ ।

গ্ৰীণ হাউচৰ ভিতৰত মা দুৰ্গা

চাওক নগাঁৱৰ খ্ৰীষ্টিয়ানপট্টিত গ্ৰীণ হাউচৰ ভিতৰত দুৰ্গা পূজা । খ্ৰীষ্টিয়ান পট্টিৰ যুৱ সমিতিয়ে অতি কম খৰচত নিৰ্মাণ কৰিছে আটক ধুনীয় পূজা মণ্ডপটো । বান আৰু ধুমুহাত বিধ্বস্ত হৈ পৰা গছ আৰু গছৰ পাত ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপ ৷ খ্ৰীষ্টিয়ান পট্টিৰ যুৱ সমিতিয়ে অতি কম খৰচতে নিৰ্মাণ কৰি উলিয়াইছে এই আটক ধুনীয় পূজা মণ্ডপটো ।

Intro:নগাঁৱত গ্ৰীণ হাউচত দুৰ্গা পূজা। কম বাজেটৰ আকধুনীয় পূজা মণ্ডপ।

Body:নগাঁৱৰ খ্ৰীষ্টিয়ানপট্টিত গ্ৰীণ হাউচৰ ভিতৰত দুৰ্গা পূজা। খ্ৰীষ্টিয়ান পট্টি যুৱ সমিতিয়ে অতি কম খৰচত নিৰ্মাণ কৰিছে আটকধুনীয় পূজা মণ্ডপ। বান আৰু ধুমুহাত বিধ্বস্ত গছ আৰু গছৰ পাত ব্যৱহাৰ কৰি নিৰ্মাণ কৰা পূজা মণ্ডপত বিৰাজমান কেৱল আধ্যাত্মিক পৰিবেশ।
D L

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.