ETV Bharat / state

নগাঁৱত ভূ তত্ববিদে লাভ কৰিছে মূল্যবান মাণিক আৰু আকৰিকৰ - নগাঁৱ

ভু-তত্ত্ববিদ সকলে শেহতীয়াকৈ সন্ধান পাইছে বহু কেইবিধ মুল্যবান মাণিক আৰু আকৰিকৰ

নগাঁৱত ভূ তত্ববিদে লাভ কৰিছে মূল্যবান মাণিক আৰু আকৰিকৰ
author img

By

Published : Mar 10, 2019, 3:19 PM IST

নিউজ ডেস্ক, নগাঁৱ, 10 মাৰ্চ: নগাঁৱৰ কঠিয়াতলিৰ পৰা শালনা পৰ্য্যন্ত বৃহত্তৰ সীমামুৰীয়া অঞ্চলটোত বিগত দুটা বছৰৰো অধিক সময় গৱেষণা চলাই আছে ভূ তত্ববিদে ৷ ভু-তত্ত্ববিদ সকলে শেহতীয়াকৈ সন্ধান পাইছে বহু কেইবিধ মুল্যবান মাণিক আৰু আকৰিকৰ । বিগত প্ৰায় ডেৰ মাহৰ ধাৰাবাহিক অনুসন্ধান আৰু গৱেষণাৰ অন্তত চৰকাৰী ভু-তত্ত্ববিদ মুন চন্দ্ৰ ডেকাৰ মতে নগাওঁ জিলাৰ চাপানালাৰ সমীপৱৰ্ত্তী জিয়াজুৰি পাহাৰৰ লগতে চামগুৰিৰ সমীপৱৰ্ত্তী বৰজুৰি পাহাৰৰ আছে উৎকৃষ্ট মানৰ চিলিকা, চিলিমিনাইট আৰু গ্ৰেনাইট আদি কেইবাবিধো উৎকৃষ্ট সম্পদ ।

নগাঁৱত ভূ তত্ববিদে লাভ কৰিছে মূল্যবান মাণিক আৰু আকৰিকৰ
অৱশ্যে পৰৱৰ্তী সময়ত গুৱাহাটী স্থিত বিভাগীয় উন্নত পৰীক্ষাগাৰত হ'বলগীয়া পৰীক্ষা-নিৰীক্ষাৰ পিছতহে ক'ব পৰা যাব অঞ্চল কেইটাত প্ৰকৃতিতে কিমান পৰিমাণৰ সম্পদ সম্প্ৰতি মজুত আছে অঞ্চল কেইটাত । তেওঁ কয় যে, ‘পৰীক্ষা-নিৰীক্ষাৰ অন্তত দলটোৱে সন্ধান পোৱা মাণিকৰ অৱস্থিতিৰ পৰিমাণ যদি অধিক হয় তেতিয়া হ'লে দেশৰ ভিতৰতে এইসমুহ মূল্যবান সম্পদ পোৱা একমাত্ৰ ঠাই হৈ পৰিব পাৰে অসম’ ।

উল্লেখ্য যে, নগাওঁ-কাৰ্বিআংলং সীমান্তৱৰ্তী এই বৃহত্তৰ অঞ্চলটোত থকা একাধিক শিলৰ কোৱাৰিক লৈ যথেষ্ট চিন্তিত চৰকাৰী গৱেষণাকাৰি দলটো । পৰৱৰ্তী সময়ত চৰকাৰী অনুমতি পালে এই সমুহ শিলৰ কোৱাৰি আৰু শিল ভঙা সৰু-বৰ মেচিনৰ সন্দৰ্ভত বিশেষভাৱে তথ্য সংগ্ৰহ কৰাৰো ব্যৱস্থা কৰিব পৰা যাব বুলি উল্লেখ্য কৰিছে ভু-তত্ত্ববিদ মুন চন্দ্ৰ ডেকাই ৷

A_NGN_801-805_10MRCH_VALUABLE_WEALTHS_RAKIBUL_WAHID

VIS+BITE SEND BY FTP

Story. নগাঁৱত ভূ তত্ববিদে লাভ কৰিছে মূল্যবান মাণিক আৰু আকৰিকৰ। 

Anchor+V.O. নগাঁৱৰ কঠিয়াতলিৰ পৰা শালনা পৰ্য্যন্ত বৃহত্তৰ সীমামুৰীয়া অঞ্চলটোত বিগত দুটা বছৰৰো অধিক সময় গৱেষণাৰ কৰি থকা ভু-তত্ত্ববিদ সকলে শেহতীয়াকৈ সন্ধান পাইছে বহু কেইবিধ মুল্যবান মাণিক আৰু আকৰিকৰ। বিগত প্ৰায় ডেৰ মাহৰ ধাৰাবাহিক অনুসন্ধান আৰু গৱেষণাৰ অন্তত  চৰকাৰী ভু-তত্ত্ববিদ মুন চন্দ্ৰ ডেকাৰ মতে নগাওঁ জিলাৰ চাপানালাৰ সমীপৱৰ্ত্তী জিয়াজুৰি পাহাৰৰ লগতে চামগুৰিৰ সমীপৱৰ্ত্তী বৰজুৰি পাহাৰৰ আছে উৎকৃষ্ট মানৰ চিলিকা, চিলিমিনাইট আৰু গ্ৰেনাইট আদি কেইবাবিধো উৎকৃষ্ট সম্পদ। অৱশ্যে পৰৱৰ্তী সময়ত গুৱাহাটী স্থিত বিভাগীয় উন্নত পৰীক্ষাগাৰত হ'বলগীয়া পৰীক্ষা-নিৰীক্ষাৰ পিছতহে ক'ব পৰা যাব অঞ্চল কেইটাত প্ৰকৃতিতে কিমান পৰিমাণৰ সম্পদ সম্প্ৰতি মজুত আছে অঞ্চল কেইটাত। লগতে তেওঁ কয় যে, পৰীক্ষা-নিৰীক্ষাৰ অন্তত দলটোৱে সন্ধান পোৱা মাণিকৰ অৱস্থিতিৰ পৰিমাণ যদি অধিক হয় তেতিয়া হ'লে দেশৰ ভিতৰতে এইসমুহ মূল্যবান সম্পদ পোৱা একমাত্ৰ ঠাই হৈ পৰিব পাৰে অসম। উল্লেখ্য যে, নগাওঁ-কাৰ্বিআংলং সীমান্তৱৰ্তী এই বৃহত্তৰ অঞ্চলটোত থকা একাধিক শিলৰ কোৱাৰিক লৈ যথেষ্ট চিন্তিত চৰকাৰী গৱেষণাকাৰি দলটো। পৰৱৰ্তী সময়ত চৰকাৰী অনুমতি পালে এই সমুহ শিলৰ কোৱাৰি আৰু শিল ভঙা সৰু-বৰ মেচিনৰ সন্দৰ্ভত বিশেষভাৱে তথ্য সংগ্ৰহ কৰাৰো ব্যৱস্থা কৰিব পৰা যাব পাৰিব বুলি উল্লেখ্য কৰিছে ভু-তত্ত্ববিদ মুন চন্দ্ৰ ডেকাই।
Bite: Moon Chandra Deka. Geologists
----------------------+--+-++---
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, 
10-3-19

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.