ETV Bharat / state

নগাঁৱত পুৰণি গাড়ী বিক্ৰীৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ - অভিযোগ

নগাঁৱত পুৰণি গাড়ী বিক্ৰীৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ ।

fraud-old-vehicle-sale
নগাঁৱত পুৰণি গাড়ী বিক্ৰীৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ
author img

By

Published : Feb 2, 2021, 7:34 PM IST

নগাঁও,2 ফেব্ৰুৱাৰী : নগাঁৱত পুৰণি গাড়ী বিক্ৰীৰ নামত উত্থাপন হৈছে গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ । অভিযোগ অনুসৰি, নগাঁৱৰ ফৌজদাৰী পট্টিৰ নজৰুল ইছলাম নামৰ এজন লোকে কাৱৈমাৰীৰ এখন ডিলাৰৰ পৰা গাড়ী ক্ৰয় কৰাৰ বাবে সকলো নথি-পত্ৰ জমা দিয়াৰ পাচত ডিলাৰ কৰ্তৃপক্ষই বিচৰা মতে দুখনকৈ উকা চেক জমা দিছিল ।

নগাঁৱত পুৰণি গাড়ী বিক্ৰীৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ

বিগত বৰ্ষৰ 5 ডিচেম্বৰত চেক জমা দিয়াৰ পাচত 25 ডিচেম্বৰত গাড়ী দিয়াৰ কথা আছিল । কিন্তু ডিলাৰ কৰ্তৃপক্ষই গাড়ী দিয়াৰ বিপৰীতে নজৰুল ইছলামৰ একাউন্টৰ পৰা চেকযোগে 12 লাখ টকা মোকলাই ডিলাৰ বন্ধ কৰি পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে নজৰুল ইছলামে ।

ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নজৰুল ইছলামে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীক সকিয়নী ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.