ETV Bharat / state

চামগুৰিত বন ধ্বংসযজ্ঞ চলাইছে বন মাফিয়াই - চামগুৰিত বন ধ্বংসযজ্ঞ

চামগুৰিৰ নিকটবৰ্তী লাল পাহাৰত বৃহস্পতি বাৰে নিশা বন মাফিয়াই কাটি নিয়ে মূল্যবান গছ । স্থানীয় ৰাইজে পুৱাই এই কথা অৱগত কৰে শালনা আঞ্চলিক বন বিষয়াক । কিছু সময়ৰ পিচত ঘটনাস্থলীত বন বিভাগ আৰু সাংবাদিকৰ দল উপস্থিত হয় ৷

বন ধ্বংসযজ্ঞ চলাইছে বন মাফিয়াই
author img

By

Published : Sep 7, 2019, 5:46 AM IST

চামগুৰিত অব্যাহত বন মাফিয়াৰ দৌৰাত্ম ৷

গছ-গছনি কাটি উদঙ কৰিছে চোৱাং বনাঞ্চল ।

চামগুৰিৰ নিকটবৰ্তী লাল পাহাৰত বৃহস্পতি বাৰে নিশা বন মাফিয়াই কাটি নিয়ে মূল্যবান গছ ।

বন ধ্বংসযজ্ঞ চলাইছে বন মাফিয়াই

স্থানীয় ৰাইজে পুৱাই এই কথা অৱগত কৰে শালনা আঞ্চলিক বন বিষয়াক ।

কিছু সময়ৰ পিচত ঘটনাস্থলীত বন বিভাগ আৰু সাংবাদিকৰ দল উপস্থিত হয় ৷

সাংবাদিকক দেখি খৰ্গহস্ত হৈ পৰে এগৰাকী বন বিষয়া ।

সাংবাদিকক খবৰ দিয়াৰ বাবে স্থানীয় ৰাইজৰ লগতো তৰ্কা তৰ্কিত লিপ্ত হয় বন বিষয়াজন ।

কেৱল ৰাইজকেই নহয় সাংবাদিক দলটোকো অপদস্থ কৰে বন বিষয়াজনে ।

বনকৰ্মী আৰু বন মাফিয়াৰ মাজত গোপন বুজাবুজি থকাৰ সন্দেহ স্থানীয় লোকৰ ৷

Intro:চামগুৰিত অব্যাহত বন মাফিয়াৰ দৌৰাত্ম্য। Body:চামগুৰিত অব্যাহত আছে বন মাফিয়াৰ দৌৰাত্ম্য।গছ গছনি কাটি উদঙ কৰিছে চোৱাং বনাঞ্চল। চামগুৰিৰ নিকটবৰ্তী লাল পাহাৰত যোৱা নিশা বন মাফিয়াই কাটিছিল বৃহৎকায় মূল্যবান গছ।স্থানীয় ৰাইজে খবৰ পাই পুৱাই খবৰ দিলে শালনা আঞ্চলিক বন বিষয়াক। কিছু সময়ৰ পিছত উপস্থিত হল বন বিষয়াৰ নেতৃত্বত এটা দল । একে সময়তেই উপস্থিত হল সাংবাদিকৰ দল। সাংবাদিকক দেখি খৰ্গহস্ত হৈ পৰে এগৰাকী বন বিষয়া। সাংবাদিকক খবৰ দিয়াৰ বাবে স্থানীয় ৰাইজৰ লগতো তৰ্কত লিপ্ত হয় বন বিষয়াজন । কেবল ৰাইজকেই নহয় সাংবাদিক দলটোকো দুৰ্ব্যবহাৰ কৰে বনবিষয়াজনে।
বন ধংসৰ কথা পোহৰলৈ অহাত সাংবাদিকৰ ওপৰত বন বিভাগৰ লোক খড়্গহস্ত হৈ পৰাত বনকৰ্মী আৰু বন মাফিয়াৰ গোপন বুজাবুজি থকাৰ সন্দেহ স্থানীয় লোকৰ
Bite:public
------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
6-9-19Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.