ETV Bharat / state

লাওখোৱা অভয়াৰণ্যৰ বন শিবিৰ এলেকাত উচ্ছেদ অভিযান

author img

By

Published : Feb 28, 2020, 6:18 PM IST

নগাঁও লাওখোৱা অভয়াৰণ্যত বন্যপ্ৰাণী সংমণ্ডল বিষয়াৰ নিৰ্দেশত চলিলে বেদখলকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান | নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া ৰনজিৎ ৰামৰ কঠোৰ নিৰ্দেশত চলিছে এই অভিযান |

Eviction in laokhowa wildlife sanctuary by laokhowa forest department
লাঁওখোৱা অভয়াৰণ্যৰ বন শিবিৰ এলেকাত উচ্ছেদ অভিযান

ৰূপহীহাট, 28 ফেব্ৰুৱাৰী : নগাঁৱৰ লাওখোৱা অভয়াৰণ্যৰ জুৰীয়া কাঠলগুটি বন শিবিৰ এলেকাত বেদখলকাৰীৰ বিৰুদ্ধে চলিলে অভিযান ৷ দুদিন ধৰি লাওখোৱা বন বিভাগে তিনিটাকৈ হাতী আৰু প্ৰায় শতাধিক বন কৰ্মীৰে বন বিষয়া নৌছেদ আহমেদে বন্য ভূমি বেদখল কাৰীৰ বিৰুদ্ধে চলাইছে এই অভিযান ৷ অবৈধ ভাৱে স্থাপন কৰা গৰু ম'হৰ খুটি উচ্ছেদ কৰিছে বন বিভাগে ৷ নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া ৰনজিৎ ৰামৰ কঠোৰ নিৰ্দেশত এই অভিযান চলোৱা হৈছে ৷ খেতি সমূহ নষ্ট কৰাৰ লগতে গৰু ম’হ ৰখা ঘৰ সমূহ উচ্ছেদ কৰাক লৈ ভাগি পৰিছে অঞ্চলটোৰ লোকসকল ৷

আৰু পঢ়ক : আউনীআটি এডলীয়াবড় সত্ৰত চোৰৰ লুটপাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.