ETV Bharat / state

নগাঁৱত প্ৰতিজন নাগৰিকৰে কৰা হ'ব কৰ'ণা পৰীক্ষা - কৰ'ণাৰ গণ সংক্ৰমন

নগাঁৱত প্ৰতিজন লোকৰে কৰা হ'ব কৰ'ণা পৰীক্ষা । ৰেপিড টেষ্টত পোহৰলৈ আহিছে গণ সংক্ৰমণৰ তথ্য । কৰ'ণাত আক্ৰান্ত হৈছে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী,স্বাস্থ্য বিভাগৰ কৰ্মচাৰী তথা গাড়ী চালক ।

গন সংক্ৰমণৰ আশংকা
নগাঁৱত প্ৰতিজন নাগৰিকৰে কৰা হ'ব কৰ'ণা পৰীক্ষা
author img

By

Published : Jul 18, 2020, 7:34 PM IST

নগাঁও, 18 জুলাই : নগাঁৱত প্ৰতিজন নাগৰিকৰে কৰা হ'ব কৰ'ণা পৰীক্ষা ৷ এই কথা জানিবলৈ দিয়ে নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে । নগাঁৱত গণ সংক্ৰমনৰ লক্ষণ দেখা দিয়াৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা ৷

নগাঁৱত প্ৰতিজন নাগৰিকৰে কৰা হ'ব কৰ'ণা পৰীক্ষা

নগাঁৱত ৰেপিড এন্টিজেন টেষ্টৰ সহায়ত কৰ'ণা পৰীক্ষা আৰম্ভ কৰাৰ পাচতেই পোহৰলৈ আহিছে কৰ'ণাৰ গণ সংক্ৰমণৰ তথ্য । আৰক্ষী ব্যৱসায়ীৰ পিছত এইবাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ এজন কৰ্মচাৰীৰ লগতে এন এইচ এমৰ গাড়ী চালক, লেবৰেটৰী টেকনেছিয়ানো আক্ৰান্ত হৈছে ক'ভিড 19 ত ।

উল্লেখ্য যে,পৰীক্ষণমূলক ভাৱে ৰেপিড টেষ্ট কৰাত ধৰা পৰিছিল এজন লেবৰেট টেকনেছিয়ানৰ দেহত ক'ভিড-19 ৰ অৱস্থিতি ৷

লগতে পঢ়ক : বানে বিধ্বস্ত কৰা অসমৰ দৃশ্যপট...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.