ETV Bharat / state

কৰ্মচাৰী পৰিষদৰ উদ্যোগত নগাঁৱত বিশ্ব পৰিৱেশ দিৱস পালন

author img

By

Published : Jun 6, 2021, 1:40 PM IST

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত আৰু পুৰণিগুদাম আঞ্চলিক সমিতিৰ সহযোগত পুৰণিগুদামৰ ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত ঔষধি উদ্ভিদৰ লগতে বিভিন্ন ধৰণৰ ফল-মূলৰ গছপুলি ৰোপণ কৰা হয় ।

nagaon
বিশ্ব পৰিৱেশ দিৱস পালন

চামগুৰি,৬ জুন: অসমৰ প্ৰায় প্ৰতিখন জিলাতে পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস (World Environment Day) । নগাঁও জিলাৰো বিভিন্ন প্ৰান্তত সংগঠন আৰু বহুতো সংস্থা আদিৰ উদ্যোগত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নগাওঁ জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত আৰু পুৰণিগুদাম আঞ্চলিক সমিতিৰ সহযোগত পুৰণিগুদামৰ ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত ঔষধি উদ্ভিদৰ লগতে বিভিন্ন ধৰণৰ ফল-মূলৰ গছপুলি ৰোপণ কৰা হয় ।

ক'ভিড প্ৰট'কল পালন কৰি অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা ৷ নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মিণ্টু শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ উপদেষ্টা, ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদককে ধৰি উপস্থিত বিভিন্নজনক জনোৱা হয় সম্বৰ্ধনা ।

লগতে পঢ়ক : শিৱসাগৰত উদযাপন বিশ্ব পৰিৱেশ দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.