ETV Bharat / state

কলিয়াবৰত উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ

author img

By

Published : Jun 10, 2019, 3:01 PM IST

জখলাবন্ধাস্থিত বন সংমণ্ডলৰ কাৰ্যালয়ৰ সমীপৰ ইটা ভাটাৰ কাষৰীয়া হাবিৰ পৰা উদ্ধাৰ হয় লাজুকী বান্দৰটো ৷

কলিয়াবৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

কলিয়াবৰ,10 জুন: দেওবাৰে নিশা কলিয়াবৰত বন বিভাগে এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ কৰে ৷ কলিয়াবৰৰ জখলাবন্ধাস্থিত বন বিভাগৰ কাৰ্যালয়ৰ সমীপৰ এটা ইটা ভাটাৰ কাষৰীয় হাবিৰ পৰা উদ্ধাৰ কৰা হয় লাজুকী বান্দৰটো ৷

etv bharat assam
কলিয়াবৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

নিশা উদ্ধাৰ কৰা লাজুকী বান্দৰটো পৰৱৰ্তী সময়ত বন বিভাগে কুকুৰাকটা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে ৷ ইপিনে কলিয়াবৰত তেনে বান্দৰৰ প্ৰজাতি নথকাৰ বাবে উল্লেখিত লাজুকী বান্দৰটো কাজিৰঙাৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে‌ ৷

Intro:কলিয়াবৰত নিশা দুষ্প্ৰাপ‍্য লাজুকী বান্দৰ উদ্ধাৰ
জখলাবন্ধাস্থিত বন সংমণ্ডলৰ কাৰ্য‍্যালয়ৰ সমীপৰ ইটা ভাটাত উদ্ধাৰ লাজুকী বান্দৰBody:কলিয়াবৰৰ জখলাবন্ধাস্থিত বন বিভাগৰ কাৰ্য‍্যালয়ৰ সমীপত থকা ইটা ভাটাৰ কাষৰীয় হাবিৰ পৰা এটা দুপ্ৰাপ‍্য লাজুকী বান্দৰ উদ্ধাৰ কৰে বন বিভাগে। দেওবাৰে নিশা উদ্ধাৰ কৰা লাজুকী বান্দৰটো পিচত বন বিভাগে কুকুৰাকটা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয়। কলিয়াবৰত তেনে বান্দৰৰ প্ৰজাতি নথকালৈ চাই উল্লিখিত লাজুকী বান্দৰটো কাজিৰঙাৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে‌।Conclusion:photos
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.