ETV Bharat / state

চামগুৰিত বন্যহস্তীৰ উপদ্ৰব:নিৰ্বিকাৰ বন বিভাগ

author img

By

Published : Jan 16, 2021, 11:19 AM IST

শুকুৰবাৰে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত মিকিৰহাট শান্তিপুৰত নিশা বন্যহস্তীৰ উপদ্ৰৱ চলাই । অঞ্চলটোৰ মিকিৰহাট শান্তিপুৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰে দুটাকৈ বাসগৃহ ৷

চামগুৰিত বন্যহস্তীৰ উপদ্ৰব:নিৰ্বিকাৰ বন বিভাগ
চামগুৰিত বন্যহস্তীৰ উপদ্ৰব:নিৰ্বিকাৰ বন বিভাগ

চামগুৰি,16জানুৱাৰীঃ হাতী মানুহৰ সংঘাট দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ শুকুৰবাৰে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত মিকিৰহাট শান্তিপুৰত নিশা বন্যহস্তীৰ উপদ্ৰৱ চলাই । অঞ্চলটোৰ মিকিৰহাট শান্তিপুৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰে দুটাকৈ বাসগৃহ ৷ হাতীৰ আক্ৰমণৰ পৰা সুনীল ভূঞা নামৰ দৰিদ্ৰ লোকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ একেদৰে ভদ্ৰেশ্বৰ বৰা নামৰ একেগাঁৱৰে আন এজন লোকৰ ঘৰো লণ্ডভণ্ড কৰাৰ লগতে ধান খায় তহিলং কৰে বন্যহস্তীয়ে ৷

উল্লেখযোগ্য যে, বন বিভাগৰ লোকে বিহীত ব্যৱস্থা গ্ৰহণ কৰিছে যদিও দীৰ্ঘ দিন ধৰি চামগুৰিৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ কৰি থকা বন্যহস্তীক নিৰাপদ স্থানলৈ খেদি পঠোৱাত বন বিভাগ সফল হোৱা নাই ৷

লগতে পঢ়কঃ চি চি কেমেৰাত বন্দী ধন লুটৰ চাঞ্চল্যকৰ দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.