ETV Bharat / state

বঢ়মপুৰৰ কামপুৰত অব্যাহত বন্যহস্তীৰ ত্ৰাস - তেতেলীসৰা

বন্যহস্তীৰ ত্ৰাসত বঢ়মপুৰৰ কামপুৰত স্থানীয় ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে ৷ দেওবাৰে পুৱতি নিশা হাতীৰ জাকটোৱে তেতেলীসৰাত কেইবাটাও বাসগৃহৰ ক্ষতিসাধন কৰে ৷

barhampur
বঢ়মপুৰ
author img

By

Published : Dec 29, 2019, 11:17 AM IST

বঢ়মপুৰ, 29 ডিচেম্বৰঃ নগাঁও জিলাৰ কামপুৰত অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস ৷ দিনে নিশাই জনাঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণৰ বাবে একাংশ ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷ ৰাইজৰ অভিযোগ অনুসৰি বনকৰ্মীৰ অনুপস্থিতিৰ বাবে ৰাইজে খেদিছে হাতী ৷

বঢ়মপুৰ
বন্যহস্তীৰ ত্ৰাস
জানিব পৰা মতে বিগত এটা মাহে নগাঁৱৰ সদৰ কামপুৰ আৰু কঠিয়াতলী বন আঞ্চলিক কাৰ্য়ালয়ৰ বিভিন্ন এলেকাত এটা হাতীৰ জাকে তাণ্ডৱ চলাই আহিছে ৷ অঞ্চলটোৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰিছে হাতীৰ জাকটোৱে ৷ তেনে সময়তে দেওবাৰে পুৱতি নিশা হাতীৰ জাকটোৱে কামপুৰৰ পূৱ তেতেলিসৰা গাঁৱৰ ৰঞ্জিত দাস আৰু প্ৰদীপ দাস নামৰ লোক দুজনৰ ভড়াল ঘৰ আৰু গোসাঁই ঘৰ ভঙাৰ লগতে ঘৰৰ চৌহদ ভাঙি লণ্ড ভণ্ড কৰে ৷ উল্লেখ্য যে, বিগত এটা মাহে বন্যহস্তীৰ জাকটোৱে পথাৰৰ পকা ধান খোৱাৰ লগতে কৃষকৰ বাৰীৰ তামোল-পান, কলগছ ভাঙি চুৰমাৰ কৰিছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই বুলি গাঁওবাসীয়ে অভিযোগ কৰে ৷
কামপুৰত অব্যাহত বন্যহস্তীৰ ত্ৰাস

লগতে পঢ়ক - চাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ অভিযুক্ত প্ৰৱঞ্চক

Intro:Story-বঢ়মপুৰৰ কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত ।বিনিদ্ৰ ৰজনীত দিন পাৰ কৰিছে স্থানীয় ৰাইজে । দেওবাৰে পুৱতি নিশা হাতীৰ জাকটোৱে তেতেলীসৰাত কেইবাটাও বাসগৃহৰ ক্ষতিসাধন কৰে।

Anchor= নগাওঁ জিলাৰ কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত ।হাতীৰ ত্ৰাসত বিনিদ্ৰ ৰজনীত দিন পাৰ কৰিছে স্থানীয় ৰাইজে ।দিনে নিশাই জনাঞ্চলত মুক্ত বিচৰণ কৰিছে বন্যহস্তীয়ে ।হাতীৰ ভয়ত উৰে নিশা উজাগৰে কটাইছে ৰাইজে ।
পুহ মহীয়া ঠেটুৱা লগা জাৰতো বন কৰ্মীৰ অনুপস্থিতি থকাৰ বাবে ৰাইজে নিজে খেদিছে হাতী ।উল্লেখ্য যে বিগত এটা মাহে নগাও সদৰ ;কামপুৰ আৰু কঠিয়াতলী বন আঞ্চলিক কাৰ্যালয়ৰ বিভিন্ন এলেকাত এটা প্ৰকাণ্ড হাতীৰ জাকে তাণ্ডৱ চলাই আহিছে যদিও বন বিভাগে খেদিব পৰা নাই হাতীৰ জাকটো ।হাতীৰ জাকটোৱে কেইবাটাও বাসগৃহৰ ক্ষতিসাধন কৰিছে ।দেওঁবাৰৰ পুৱতি নিশা কামপুৰৰ পূৱ তেতেলিসৰা গাৱৰ ৰঞ্জিত দাস নামৰ লোকজনৰ ভড়াল ঘৰ ভাঙি ধান খাই হাতীৰ জাকটোৱে ইয়াৰোপৰি প্ৰদীপ দাস নামৰ লোকজনৰ গোসাঁই ঘৰ ভাঙি পেলোৱাৰ লগতে কৃষকজনৰ চৌহদ লণ্ড ভণ্ড কৰে । বিগত এটা মাহে বন্যহস্তী জাকটোৱে পথাৰৰ পকা ধান খোৱাৰ লগতে কৃষকৰ বাৰীৰ তামোল পান কলগছ ভাঙি চুৰমাৰ কৰিছে যদিও বৰ্তমানেও কুম্ভকৰ্ণ নিদ্ৰাত আছে বন বিভাগ।

Byte=স্থানীয় লোক ।Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.