ETV Bharat / state

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন - নগাঁও

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাচত বুধবাৰে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ বুধবাৰে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু নগাঁও জিলা প্ৰশাসন

সাজু নগাঁও জিলা প্ৰশাসন
author img

By

Published : Apr 17, 2019, 12:46 PM IST

নগাঁও,17এপ্ৰিলঃ প্ৰথম পৰ্যায়ত অনুষ্ঠিত কলিয়াবৰ লোকসভা নিৰ্বাচন সম্পন্ন হোৱাৰ পাচত বুধবাৰে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু নগাঁও জিলা প্ৰশাসন। নগাঁও জিলাৰ অধীনত মুঠ ৬৬৩ টা ভোটকেন্দ্ৰত পলিং আৰু প্ৰিজাইডিং বিষয়াৰ লগতে নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীক ভোট কেন্দ্ৰসমূহলৈ পঠিয়াবলৈ অধিগ্ৰহণ কৰা হৈছে ৪৪০ খন বাছ । নগাঁৱৰ নেহেৰুৱালীৰ পৰা ইটিভি ভাৰতৰ সাংবাদিক ৰকিবুল ৱাহিদৰ এক বিশেষ প্ৰতিবেদন-

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন

Intro:দ্বীতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে সাজু নগাওঁ জিলা প্ৰশাসন।

Body:প্ৰথম পৰ্য্যায়ত অনুষ্ঠিত হোৱা কলিয়াবৰ লোকসভা নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত দ্বীতীয় পৰ্য্যায়ত অনুষ্ঠিত হবলগীয়া দ্বীতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু নগাওঁ জিলা প্ৰশাসন। নগাওঁ জিলাৰ অধীনত মুঠ ৬৬৩ টা ভোটকেন্দ্ৰত পলিং আৰু প্ৰিজাইডিং বিষয়াৰ লগতে নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীক ভোট কেন্দ্ৰসমূহলৈ পঠিয়াবলৈ অধিগ্ৰহণ কৰা হৈছে ৪৪০ খন বাছ। নগাঁৱৰ নেহেৰুৱালীত বৃহৎ হাৰ্ডিঙত তালিকাভুক্ত কৰা হৈছে ভোটকেন্দ্ৰত যাবলগীয়া বাছৰ নম্বৰ।
DL - BITE : ADC NAGAON

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.