ETV Bharat / state

কোন বিধায়কৰ ঘৰৰ সন্মুখত ই-ৰিক্সা চালকে কৰিলে প্ৰতিবাদ ?

নগাঁও চহৰৰ মাজমজিয়াত ই-ৰিক্সা বন্ধ কৰাৰ পিছতেই প্ৰতিবাদমুখৰ ই-ৰিক্সা চালক। ই-ৰিক্সা চলাচলৰ অনুমতি প্ৰদানৰ দাবীত বিধায়কৰ ঘৰৰ সন্মুখত প্ৰতিবাদ ই-ৰিক্সা চালকৰ।

e rikshaw protest at front of nagaon mla house
কোন বিধায়কৰ ঘৰৰ সন্মুখত ই-ৰিক্সা চালকে কৰিলে প্ৰতিবাদ !
author img

By

Published : Nov 5, 2020, 8:13 PM IST

নগাঁও,5 নৱেম্বৰঃ অধিক যান জঁটৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নগাঁও চহৰৰ মাজমজিয়াত ই-ৰিক্সাৰ চলাচল বন্ধ কৰি দিয়াৰ পিছতেই প্ৰতিবাদমুখৰ হৈ পৰে ই ৰিক্সা চালকসকল। বৃহস্পতিবাৰে নগাঁৱৰ ই-ৰিক্সা চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ বাসগৃহৰ সন্মুখত।

কোন বিধায়কৰ ঘৰৰ সন্মুখত ই-ৰিক্সা চালকে কৰিলে প্ৰতিবাদ !

নগাঁও চহৰত সৃষ্টি হোৱা অত্যাধিক যান জঁটৰ বাবেই চহৰখনৰ মাজমজিয়াত ৰিক্সা চলাচল বন্ধ কৰিছিল প্ৰশাসনে। ইপিনে ক’ভিড সৃষ্ট পৰিবেশ আৰু লক ডাউনৰ ফলত জুৰুলা হৈ পৰা ই ৰিক্সা চালকসকল এতিয়া নগাঁও চহৰৰ মাজমজিয়াত চলাচল বন্ধ কৰি দিয়াত সন্মুখীন হৈছে আন এক জটিল সমস্যাৰ। যাৰ বাবে ই-ৰিক্সাসমূহ চলাচল কৰাৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বিধায়ক ৰূপক শৰ্মাৰ হস্তক্ষেপ বিচাৰি বিধায়কৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ই-ৰিক্সা চালকসকলে।

লগতে পঢ়কঃ মিজোৰামত ৰাষ্ট্ৰপতি শাসনৰ দাবী তুলিলে প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.