ETV Bharat / state

সংকটৰ সময়তো পৰম্পৰা ৰক্ষা কৰি গৰু বিহু উদযাপন - During lock down Bihu celebration in Assam

গৰু বিহুৰ দিনা পুৱাৰে পৰা বিহুৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰে চহা কৃষক ৷

গৰু বিহু উদযাপন
গৰু বিহু উদযাপন
author img

By

Published : Apr 13, 2020, 3:15 PM IST

বঢ়মপুৰ, 13 এপ্ৰিলঃ সংকটৰ সময়তো পৰম্পৰা ৰক্ষাৰ বাবে কামপুৰত ৰঙালী বিহু উদযাপন কৰিছে গাঁওবাসীয়ে । গৰু বিহুৰ দিনা পুৱাৰে পৰা বিহুৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰে চহা কৃষক । সবত্ৰে কৰ'ণা ভাইৰাছে মহামাৰী ৰূপ লোৱাৰ সময়তে অসমীয়া এতিয়া গৃহবন্দী । তথাপিও সংকট তথা গৃহবন্দীৰ মাজতো পৰম্পৰা ৰক্ষাৰ বাবে কামপুৰৰ তেতেলীসৰাকে ধৰি বিভিন্ন স্থানত অনুষ্টুপীয়াকৈ গৰু বিহু পালন কৰে ৰাইজে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.