ETV Bharat / state

নগাঁৱত কেইবালক্ষ টকাৰ নিচাজাতীয় ঔষধ জব্দ

author img

By

Published : Apr 23, 2020, 10:55 AM IST

বুধবাৰে নগাঁও আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰে নেছিম আকতাৰ নামৰ যুৱক এজনক ৷ নগাঁৱত নিচাজাতীয় ঔষধৰ ব্যৱসায়ৰ লগত জড়িত আছিল যুৱকজন ৷

drugs seized at Nagaon
নগাঁৱত কেইবালক্ষ টকাৰ নিচাজাতীয় ঔষধ জব্দ

নগাঁও,23 এপ্ৰিলঃ নগাঁৱত নিচাজাতীয় ঔষধসহ আটক যুৱক ৷ বুধবাৰে নগাঁও আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰে নেছিম আকতাৰ নামৰ যুৱকজনক ৷ উক্ত অভিযানত আৰক্ষীয়ে কেবালক্ষাধিক টকাৰ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হয় ৷ এখন টেম্পোত সৰবৰাহ কৰাৰ চেষ্টা কৰা হৈছিল ঔষধখিনি ৷

লগতে পঢ়ক-ৰাজ্যসমূহক প্ৰতিদিনে ২.৬ লাখ ভোজনৰ টোপোলা প্ৰদান কৰিব ভাৰতীয় ৰেলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.