ETV Bharat / state

চামগুৰিত আছুৱে পালন কৰিলে সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী - সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী

বৃহস্পতিবাৰে নগাঁৱৰ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকী পালন। সদৌ অসম ছাত্র সন্থাৰ উদ্যোগত আয়োজন কৰা হয় এই মৃত্যু বাৰ্ষিকী অনুষ্ঠানৰ ৷

Dr Bhupen Hazarika death anniversary organised by AASU in Samaguri
চামগুৰিত আছুৱে পালন কৰিলে সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী
author img

By

Published : Nov 5, 2020, 7:58 PM IST

চামগুৰি,5 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে নগাঁৱৰ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদৌ অসম ছাত্র সন্থাৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকী পালন ।

সুধাকণ্ঠ গৰাকীৰ প্ৰতিমূৰ্তিত বন্তিপ্ৰজ্বলনৰ লগতে মাল্যৰ্পন, পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আছুৱে ৷

Dr Bhupen Hazarika death anniversary organised by AASU in Samaguri
চামগুৰিত আছুৱে পালন কৰিলে সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী

এই অনুষ্ঠানত চামগুৰিৰ গণ্য-মান্য ব্যক্তিসকলৰ লগতে বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলো উপস্থিত থাকে ৷

লগতে পঢ়ক : সুধাকণ্ঠৰ অন্তিম শয়নৰ ভাস্কৰ্য অংকন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.