ETV Bharat / state

নগাঁৱত উদ্ধাৰ হৰিণা পোৱালি - assam news

খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল এটা হৰিণা । পোৱালিটো বিচাৰি ফুৰিছিল বন বিভাগৰ লোকেও ৷ কিন্তু ৰূপহীহাটৰ জিউমাৰীৰ এখন বিলত আৱদ্ধ হৈ পৰিছিল হৰিণাটো

নগাঁৱত উদ্ধাৰ হৰিণা পোৱালি
author img

By

Published : Apr 25, 2019, 5:31 PM IST

নগাঁও, 25 এপ্ৰিলঃ নগাঁৱৰ জিউমাৰীৰ একাংশ লোকে দেখুৱালে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন ৷ বিলত আৱদ্ধ হোৱা হৰিণা পোৱালিক উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক ৷ বৃহস্পতিবাৰে খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল এটা হৰিণা । পোৱালিটো বিচাৰি ফুৰিছিল বন বিভাগৰ লোকেও ৷ কিন্তু ৰূপহীহাটৰ জিউমাৰীৰ এখন বিলত আৱদ্ধ হৈ পৰিছিল হৰিণাটো ৷

পঢ়ক জাগীৰোডত নাহৰফুটুকীৰ পোৱালী উদ্ধাৰ

স্থানীয় একাংশ লোকে হৰিণাটো প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ উদ্ধাৰৰ চেষ্টা চলাই ৷ উদ্ধাৰ পাচতে হৰিণা শুশ্ৰুষা আগবঢ়োৱাৰ উপৰিও লাওখোৱা বন বিভাগক গতাই দিয়ে প্ৰকৃতিপ্ৰেমীসকলে ৷

Intro:জনাঞ্চলত উদ্ধাৰ লাওখোৱা অভয়াৰণ্যৰ হৰিণা। ৰাইজে উদ্ধাৰ কৰি গতালে বন বিভাগক। Body:হৰিনাৰ মাংসই বৈৰী। কিন্তু নগাঁৱৰ জিউমাৰীৰ একাংশ লোকে দেখুৱালে প্ৰকৃতি প্ৰেম। খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল এটা হৰিণা। হৰিণা টোক বিচাৰি ফুৰিছিল বন বিভাগৰ লোকেও। কিন্তু ৰূপহীহাটৰ জিউমাৰীৰ এখন বিলত আবদ্ধ হৈ পৰিছিল হৰিণাটো। স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰি হৰিণাটোক উদ্ধাৰ কৰে বিলৰ পৰা। হৰিণাটো উদ্ধাৰ কৰি গতাই দিয়ে লাওখোৱা বন বিভাগক।
Bite
----------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
25-4-19Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.