নগাঁও, 24 মে’: নগাঁৱত ভিআইপি গৰু চোৰৰ আতংক । শনিবাৰে নগাঁৱৰ বৰভেটিত বিলাসী বাহনত উঠাই চুৰি কৰিলে গৰু । সমগ্ৰ ঘটনা বন্দী হৈছে চিচিটিভি কেমেৰাত ৷
উল্লেখ্য যে, i-20 গাড়ীত চোৰে চোঁচৰাই গৰু উঠাই লৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত । অৱশ্যে গৰুটোৰ গৃহস্থ ছিৰাজুল ইছলামে এই সন্দৰ্ভত হয়বৰগাঁৱৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই চুৰিকাণ্ডটোত ব্যৱহৃত বাহনখনৰ আৰু গভাইত চোৰৰ ।
লগতে পঢ়ক: অসমত সোমবাৰে উদযাপন কৰা হ'ব ঈদ