নগাওঁ, 18 জুলাইঃ বৃহস্পতিবাৰে পুৱা নগাঁৱৰ বৰঘাট বাইপাছত বৰঘাট আৰক্ষীৰ এটা তহলদাৰী দলে জব্দ কৰে 25 টা চোৰাং গৰুসহ M L 05 s 7717 নম্বৰৰ এখন ট্ৰাক । হোজাইৰ পৰা গৰুভৰ্তি ট্ৰাকখন মেঘালয় অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীৰ দলটোৱে ট্ৰাকখন জব্দ কৰাৰ লগতে সোধপোছৰ বাবে আটক কৰে চাৰিজনকৈ লোকক । আটকাধীন লোককেইজনক নগাওঁ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
চোৰাং গৰুভৰ্তি ট্ৰাক জব্দ - borghat
বৃহস্পতিবাৰে পুৱা নগাঁৱৰ বৰঘাট বাইপাছত বৰঘাট আৰক্ষীৰ এটা তহলদাৰী দলে জব্দ কৰে 25 টা চোৰাং গৰুসহ M L 05 s 7717 নম্বৰৰ এখন ট্ৰাক
![চোৰাং গৰুভৰ্তি ট্ৰাক জব্দ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3877964-thumbnail-3x2-surang-garu---copy.jpg?imwidth=3840)
চোৰাং গৰুভৰ্তি ট্ৰাক জব্দ
নগাওঁ, 18 জুলাইঃ বৃহস্পতিবাৰে পুৱা নগাঁৱৰ বৰঘাট বাইপাছত বৰঘাট আৰক্ষীৰ এটা তহলদাৰী দলে জব্দ কৰে 25 টা চোৰাং গৰুসহ M L 05 s 7717 নম্বৰৰ এখন ট্ৰাক । হোজাইৰ পৰা গৰুভৰ্তি ট্ৰাকখন মেঘালয় অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীৰ দলটোৱে ট্ৰাকখন জব্দ কৰাৰ লগতে সোধপোছৰ বাবে আটক কৰে চাৰিজনকৈ লোকক । আটকাধীন লোককেইজনক নগাওঁ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
চোৰাং গৰুভৰ্তি ট্ৰাক জব্দ
চোৰাং গৰুভৰ্তি ট্ৰাক জব্দ
Intro:নগাঁৱত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক। চাৰিজনক আটক।
Body:নগাওঁ আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা জব্দ কৰে চোৰাং গৰুভৰ্তি এখন ট্ৰাক। নগাঁৱৰ বৰঘাট বাইপাছত বৰঘাট আৰক্ষীৰ এটা টহলদাৰী দলে জব্দ কৰে ২৫ টা গৰুসহ ট্ৰাকখন। হোজাইৰ পৰা গৰুভৰ্তি ট্ৰাকখন মেঘালয় অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীৰ দলটোৱে ট্ৰাকখন জব্দ কৰাৰ লগতে সুধপোছৰ বাবে আটক কৰে চাৰিজনকৈ লোকক। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ M L 05 s 7717 । আটক কৰা লোক চাৰিজনক জেৰা অব্যাহত ৰাখিছে নগাওঁ আৰক্ষীয়ে।
---------/----------------------------------/---
ৰকিবুল ওৱাহিদ, নগাওঁ
১৮-৭-১৯
Conclusion: