ETV Bharat / state

কলিয়াবৰত 117 গৰাকীলৈ বৃদ্ধি ক'ভিড আক্ৰান্তৰ সংখ্যা - corona

কলিয়াবৰত বৃহস্পতিবাৰে পুনৰ 5 গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে ৷ ইয়াৰ লগে লগে 117 গৰাকী লৈ বৃদ্ধি পায় ক'ভিড আক্ৰান্ত সংখ্যা ৷

কলিয়াবৰত 117 গৰাকীলৈ বৃদ্ধি পালে ক'ভিড আক্ৰান্ত

author img

By

Published : Apr 29, 2021, 10:23 PM IST

কলিয়াবৰ, 29 এপ্ৰিল : বৰ্তমানেও জটিল অৱস্থাতে আছে নগাঁও জিলাৰ কলিয়াবৰৰ ক'ভিড পৰিস্থিতি ৷ যোৱা 24 ঘণ্টাত নগাঁও জিলাৰ কলিয়াবৰত 117 গৰাকীলৈ বৃদ্ধি পালে ক'ৰণাত আক্ৰান্তৰ সংখ্যা ৷

কলিয়াবৰৰ জখলাবন্ধা চিকিৎসালয়ত কৰা ৰেপিড এন্টিজেন টেষ্টত বৃহস্পতিবাৰে ২ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা যায় ৷ ইয়াৰ সমান্তৰালভাৱে চিমনাবস্তি চিকিৎসালয়ৰ অন্তৰ্গত চাৰিটা ক'ভিড পৰীক্ষা কেন্দ্ৰত ৩ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা যায় ৷ স্বাস্থ্য বিভাগে সদৰি কৰা মতে কলিয়াবৰৰ ক'ভিড আক্ৰান্ত আটাইকেইজনকে হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিয়া হৈছে ৷

লগতে পঢ়ক: আৰক্ষীৰ বৃহৎ কনভয়েৰে লৈ অনা হ'ল জীৱন মৰাণক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.