ETV Bharat / state

নগাঁৱত ক'ভিড-19 আক্রান্তৰ সংখ্যা ৫৩ জনলৈ বৃদ্ধি - qurantine

নগাঁৱত ৫৩ জনলৈ বৃদ্ধি পালে ক'ভিড-19 আক্রান্তৰ সংখ্যা ৷ মঙলবাৰৰ দিনটোত ১২ জনকৈ লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি।

Nagaon corona update
Nagaon corona update
author img

By

Published : Jun 3, 2020, 2:41 AM IST

নগাঁও, 2 জুন : ৰাজ্যৰ আন জিলাৰ লগতে নগাঁৱতো নিতৌ বৃদ্ধি পাইছে ক'ভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা। মঙলবাৰৰ দিনটোত ১২ জনকৈ লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি। ৫০ জনকৈ কৰ'ণা আক্ৰান্ত ৰোগীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে প্ৰথমেই আক্ৰান্ত হোৱা তিনিজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল। এই পৰ্যন্ত আক্ৰান্ত হোৱা আটাইকেইজনেই বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনত থকা লোক। নগাঁও জিলা জনসংযোগ বিভাগে জনাইছে এই তথ্য।

লগতে পঢ়ক : অক্সিজেনৰ অভাৱত বঙাইগাঁৱত দুজন শ্ৰমিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.