ETV Bharat / state

CAAৰ বিৰোধিতাৰে নগাঁৱত বাতিল বৰদিনৰ কাৰ্যসূচী

সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি বৰদিনৰ কেইবাটাও কাৰ্যসূচী বাতিল নগাঁও বাপ্তিষ্ট মণ্ডলীয়ে ৷ এইবেলি নগাঁও গীৰ্জাত কেৱল ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।

author img

By

Published : Dec 24, 2019, 11:17 PM IST

nagaon
গীৰ্জা ব্যাপ্তিষ্ট মণ্ডলী

নগাঁও, 24 ডিচেম্বৰঃ বুধবাৰে বৰদিন। প্ৰত্যেক বছৰে আনন্দ উল্লাসেৰে বৰদিন উদযাপন কৰা নগাঁও বাপ্তিষ্ট মণ্ডলীয়ে এইবাৰ জাক জমকতাৰে উদযাপন নকৰে বৰদিন । সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি এইবাৰ বৰদিনৰ কেইবাটাও কাৰ্যসূচী বাতিল কৰিলে নগাঁও চহৰৰ একমাত্ৰ গীৰ্জা ব্যাপ্তিষ্ট মণ্ডলীয়ে ।

নগাঁৱত বৰদিনৰ কাৰ্যসূচী বাতিল

অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা মাইলচ ব্ৰংছনে 1846 চনত এই ব্যাপ্তিষ্ট মণ্ডলী স্থাপন কৰিছিল । কিন্তু সাম্প্ৰতিক সময়ত সংশোধিত নাগৰিকত্ব আইনে এই অসমীয়া ভাষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ আশংকাত গীৰ্জা সমিতিয়ে বাতিল কৰিছে বৰদিনৰ বিভিন্ন কাৰ্যসূচী । উল্লেখ্য যে, গীৰ্জা সমিতিয়ে প্ৰত্যেক বছৰে 23 ডিচেম্বৰত উলিওৱা সাংস্কৃতিক শুভাযাত্ৰা এইবেলি বাতিল কৰাৰ লগতে বৰদিনৰ দিনা সাংস্কৃতিক অনুষ্ঠানো বাতিল কৰিছে ৷

লগতে পঢ়ক - ডিব্ৰুগড়ত জনতাৰ বজ্ৰ গৰ্জন

Intro:নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি বৰদিনৰ কেবাটাও কাৰ্যসূচী বাতিল নগাওঁ বাপ্তিষ্ট মণ্ডলীৰ। এইবাৰ নগাওঁ গীৰ্জাত কেৱল অনুষ্ঠিত হব ধৰ্মীয় অনুষ্ঠান।

Body:বুধবাৰে বৰদিন। প্ৰত্যেক বছৰে আনন্দ উৎসৱৰে বৰদিন উদযাপন কৰা নগাওঁ বাপ্তিষ্ট মণ্ডলীয়ে এইবাৰ জাক জমকতাৰে উদযাপন নকৰে বৰদিন। কাৰণ অইন একো নহয়। কেৱল নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা কৰি এইবাৰ বৰদিনৰ কেবাটাও কাৰ্য্যসূচী বাতিল কৰিলে নগাওঁ চহৰৰ একমাত্ৰ গীৰ্জা ব্যাপ্তিষ্ট মণ্ডলীয়ে। অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা মাইলচ ব্ৰংছনে ১৮৪৬ চনতে স্থাপন কৰিছিল এই ব্যাপ্তিষ্ট মণ্ডলীৰ। এতিয়া নাগৰিকত্ব সংশোধনী আইনে এই অসমীয়া ভাষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ আশংকাত এই গীৰ্জা সমিতিয়ে বাতিল কৰিছে বৰদিনৰ বিভিন্ন কাৰ্যসূচী। ২৩ ডিচেম্বৰত প্ৰত্যেক বছৰে উলিওৱা সাংস্কৃতিক শুভাযাত্ৰা এইবাৰ বাতিল কৰাৰ লগতে বৰদিনৰ দিনা সাংস্কৃতিক অনুষ্ঠানো বাতিল কৰিছে সমিতিয়ে।
bite-
---------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৪-১২-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.