বটদ্ৰৱা, 18 ফেব্ৰুৱাৰীঃ বটদ্ৰৱাতো অব্যাহত CAA বিৰোধী প্ৰতিবাদ ৷ বটদ্ৰৱাৰ কদমনিত কৃষক মুক্তিৰ আহ্বানত অনুষ্ঠিত হয় এখন প্ৰতিবাদী সভা ৷ সভাত অংশগ্ৰহণ কৰি কণ্ঠশিল্পী বিপিন চাউদাঙে কৰ'ণা ভাইৰাচতকৈয়ো CAA মাৰাত্মক বুলি মন্তব্য কৰে ৷ এই প্ৰতিবাদী সভাত উপস্থিত থাকে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন ৷
মৰিগাঁওঃ ইফালে মৰিগাঁও বাৰপূজীয়াতো বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷
এই অনুষ্ঠানত উপস্থিত থাকি একেই মন্তব্য প্ৰদান কৰে শিল্পী বিপিন চাওদাঙে ৷