ETV Bharat / state

ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ৰক্ত দান শিবিৰ - নগাঁও

ধিং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত অষ্টম অসম আৰক্ষী বেটেলিয়ান এনচিচি নগাঁও আৰু সৃষ্টি বেচৰকাৰী সংগঠৰ সহযোগত ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত এটি বিনামূলীয়া ৰক্ত দান শিবিৰ আয়োজন কৰে । উক্ত শিবিৰত 40 জনতকৈ অধিক এনচিচিৰ কেডেত আৰু উপস্থিত ব্যক্তিয়ে ৰক্তদান কৰে ৷

ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ৰক্ত দান শিবিৰ
author img

By

Published : May 20, 2019, 10:15 PM IST

নগাঁও, 20 মে': ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত বিনামূলীয়া ৰক্তদান শিবিৰ । ৪০ জনৰো অধিক লোকৰ অংশ গ্ৰহণ । সোমবাৰে ধিং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত অষ্টম অসম আৰক্ষী বেটেলিয়ান এনচিচি নগাঁও আৰু সৃষ্টি বেচৰকাৰী সংগঠনৰ সহযোগত ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত এটি বিনামূলীয়া ৰক্ত দান শিবিৰ আয়োজন কৰে । উক্ত শিবিৰত 40 জনতকৈ অধিক এনচিচিৰ কেডেত আৰু উপস্থিত ব্যক্তিয়ে ৰক্তদান কৰে | অষ্টম অসম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক বিনয় মালহোত্ৰা আৰু ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিগেন চন্দ্ৰ ৰয়, ধিং মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰীযুত মৃগাংকৰ শইকীয়াই শিবিৰৰ আৰম্ভণিতে উপস্থিত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলক ৰক্তদানৰ উপযোগিতাৰ সম্পকে বহলাই বাখ্যা কৰে | আনহাতে, শিবিৰটোত ধিং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আঁচনিৰ প্ৰৱন্ধক সুমন বৰগোঁহাইৰ লগতে বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

Intro:ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত বিনামূলীয়া ৰক্ত দান শিবিৰ । ৪০ জনৰো অধিক লোকৰ অংশগ্ৰহণ ।Body:ধিং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত অষ্টম অসম আৰক্ষী বেটেলিয়ান NCC নগাঁও আৰু সৃষ্টি NGO ৰ সহযোগত ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত এটা বিনামূলীয়া ৰক্ত দান শিবিৰ ।উক্ত শিবিৰত চল্লিছ (40) জনতকৈ অধিক NCC কেদেত আৰু উপস্হিত ব্যক্তিয়ে স্বেচ্ছাই ৰক্তদান কৰে | অষ্টম অসম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক বিনয় মালহোত্রা আৰু ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডা: দিগেন চন্দ্ৰ ৰয়, ধিং মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰীযুত মৃগাংকৰ শইকীয়াই শিবিৰৰ আৰম্ভনিতে উপস্হিত সকলো ৰাইজ আৰু ছাত্র-ছাত্রী সকলক ৰক্তদানৰ উপযোগীতাৰ সম্পকে বহলাই বাখ্যা কৰে | উক্ত শিবিৰত উপস্হিত থাকি ধিং খণ্ড প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰৰ আঁচনিৰ প্ৰৱন্ধক সুমন বৰগোঁহাইয়ে শিবিৰতো সাফল্য মৰ্ন্ধিত কৰাৰ কাৰনে সকলোকে ধন্যবাদ জ্ঞাপন কৰে | উক্ত শিবিৰত উপস্হিত থকা ভূগেশ্বৰী ফুকননী চিৰ্ভিল হস্পিতালৰ ব্লাদ বেংকৰ বিষয় ববীয়া, চিকিৎসা বিষয়া বাহাৰুল ইছলাম, অভিজিত চুতিয়া,ৰাজদ্বীপ বৰা,ফাৰুক আহমেদ, খণ্ড গানকিক বিষয়া সন্দীপ দেৱনাথ,খণ্ড কায্যালয় সহায়ক দিপাংকৰ বমন , খণ্ড কমিনিটি মবিলাইজাৰ সুবেন্দু নাথ, অ .আ: টি: চি: টি: কাউঞ্চিলৰ জুৱেৰুল আমিনকে আদি কৰি সকলোলৈ শিবিৰৰ সমাপ্তিত মহকুমাৰ চিকিৎসা বিষয়া ডা: দিগেন চন্দ্ৰ ৰয়ে শলাগৰ শৰাই আগবঢ়াই |______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.