নগাঁও,18 মেঃ জুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক নিলম্বন। নিলম্বিত খণ্ড উন্নয়ন বিষয়া জনৰ নাম মইনুল হক।
![Block Development Officer Suspended At Nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7246175_nagao.jpg)
জুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মইনুল হকক নিলম্বন । চৰকাৰে যোগান ধৰা 1000 এহেজাৰ টকা পাবলগীয়া দৰিদ্ৰ হিতাধিকাৰীৰ তালিকা বাচনিত ব্যাপক দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ বিৰুদ্ধে । নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়াৰ তদন্তৰ প্ৰৰিবেদনৰ ভিত্তিত বিভাগীয় কৰ্তৃপক্ষই নিলম্বন কৰে খণ্ড উন্নয়ন বিষয়াগৰাকীক ।
![Block Development Officer Suspended At Nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7246175_nagaon.jpg)
লগতে পঢ়ক-মৰিয়নীত দুটা নৱজাতকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য