ETV Bharat / state

বিহুৱান বোৱাত ব্যস্ত ধিং-বটদ্ৰৱাৰ একাংশ মহিলা

author img

By

Published : Apr 9, 2021, 12:57 PM IST

বিহুৱান বোৱাত ব্যস্ত নগাঁৱৰ ধিং-বটদ্ৰৱাৰ গোখাইখণ্ডাৰ একাংশ মহিলা ৷ আপোনজনৰ লগতে পৃথককৈ অন্য লোকৰ বাবেও হাজাৰখন গামোচা প্ৰস্তুত কৰিছে মহিলাসকলে ৷

bihuwan-preparing-for-rangali-bihu
বিহুৱান বোৱাত ব্যস্ত ধিং-বটদ্ৰৱাৰ একাংশ মহিলা

চামগুৰি,9 এপ্ৰিল : হেঁপাহৰ ৰঙালী বিহুক লৈ ৰাজ্যবাসী ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ নগাঁও জিলাৰ ধিং-বটদ্ৰৱাৰ গোখাইখণ্ডাৰ একাংশ মহিলা ব্যস্ত হৈ পৰিছে বিহুৱান বোৱাত ৷ নিজ হাতেৰে বোৱা বিহুৱান আপোনজনক দিয়াৰ বাবে বিহুৱান বইছে মহিলাসকলে ৷

আপোনজনৰ লগতে সুকীয়াকৈ আনৰ বাবেও হাজাৰখন বিহুৱান বইছে মহিলাসকলে ৷ বহিঃৰাজ্যৰ গামোচাতকৈ নিজ হাতেৰে বোৱা থলুৱা গামোচাখন অধিক ব্যৱহাৰৰ উপযোগী বুলি সদৰি কৰে মহিলাসকলে ৷

লগতে পঢ়ক : প্ৰতিদ্বন্দিতামূলক ভাৱে সামৰণি পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.