নগাঁও,4 জুলাই : নগাঁও-মৰিগাঁও সংযোগী মূল পথৰ জামুগুৰিত শোকাৱহ পথ দুৰ্ঘটনা । অচিনাক্ত এখন চুইফট বাহনে খুন্দিয়ালে AS02Y9990 নম্বৰৰ স্কুটী আৰোহীক । দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় স্কুটী আৰোহী ইলা কাকতি বৰা । আহত ইলা কাকতিক বৰাক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় তেখেতৰ ৷ দুৰ্ঘটনা সংঘটিত চুইফট বাহনখন ঘটনাস্থলীৰ পৰাই পলায়ন ৷
নগাৱঁৰ জামুগুৰিত শোকাৱহ পথ দুর্ঘটনা - নগাৱঁৰ জামুগুৰিৰ পথ দুৰ্ঘটনা
অচিনাক্ত এখন চুইফট বাহনে খুন্দিয়ালে AS02Y9990 নম্বৰৰ স্কুটী আৰোহীক ।
![নগাৱঁৰ জামুগুৰিত শোকাৱহ পথ দুর্ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3747191-thumbnail-3x2-jpg2.jpg?imwidth=3840)
ূাপািপ
নগাঁও,4 জুলাই : নগাঁও-মৰিগাঁও সংযোগী মূল পথৰ জামুগুৰিত শোকাৱহ পথ দুৰ্ঘটনা । অচিনাক্ত এখন চুইফট বাহনে খুন্দিয়ালে AS02Y9990 নম্বৰৰ স্কুটী আৰোহীক । দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় স্কুটী আৰোহী ইলা কাকতি বৰা । আহত ইলা কাকতিক বৰাক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় তেখেতৰ ৷ দুৰ্ঘটনা সংঘটিত চুইফট বাহনখন ঘটনাস্থলীৰ পৰাই পলায়ন ৷
নগাঁও-মৰিগাঁও সংযোগী মূল পথৰ জামুগুৰিৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু
নগাঁও-মৰিগাঁও সংযোগী মূল পথৰ জামুগুৰিৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু
Intro:নগাৱঁৰ জামুগুৰিত শোকাৱহ পথ দুর্ঘটনা । মৃত্যু এজন ।Body:নগাঁও-মৰিগাঁও সংযোগী মূল পথৰ জামুগুৰিত শোকাৱহ পথ দুৰ্ঘটনা।অচিনাক্ত বাহনে মহতিয়ালে AS02Y9990 নম্বৰৰ স্কুটী আৰোহীক।দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় স্কুটী আৰোহী ইলা কাকতি বৰা ।আহত ইলা কাকতি বৰাক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বুলি জানিব পৰা গৈছে।দুৰ্ঘটনা সংঘটিত চুইফট বাহনখনে পলায়ন কৰে।______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion: