বটদ্ৰৱা, 22 ছেপ্টেম্বৰঃ বটদ্ৰৱাৰ ধিঙৰ চহৰীয়া গাৱঁত আজি সংঘটিত হয় এক শোকাৱহ পথ দুর্ঘটনা । ৰৈ থকা এখন ইটা ভৰ্তি টেক্টৰত বাইকৰ খুন্দাত নিহত হয় এজন বাইক আৰোহী ৷ নিহত যুৱক জনৰ নাম ৰতন বসুমতাৰী বুলি জানিব পৰা গৈছে । আনহাতে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে সঞ্জয় বসুমতাৰী নামৰ আন এজন যুৱক । ধিঙৰ পৰা ঘৰলৈ বাইকত গৈ থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ইতিমধ্যে ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহটো ৷
বটদ্ৰৱাত পথ দুৰ্ঘটনা, নিহত এজন - BATADRAVA ACCIDENT, DIED ONE
বটদ্ৰৱাৰ ধিঙৰ চহৰীয়া গাৱঁত ভয়ংকৰ পথ দুর্ঘটনা । থিতাতে নিহত এজন ৷
![বটদ্ৰৱাত পথ দুৰ্ঘটনা, নিহত এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4521692-76-4521692-1569167674787.jpg?imwidth=3840)
বটদ্ৰৱাত পথ দুৰ্ঘটনা, নিহত এজন
বটদ্ৰৱা, 22 ছেপ্টেম্বৰঃ বটদ্ৰৱাৰ ধিঙৰ চহৰীয়া গাৱঁত আজি সংঘটিত হয় এক শোকাৱহ পথ দুর্ঘটনা । ৰৈ থকা এখন ইটা ভৰ্তি টেক্টৰত বাইকৰ খুন্দাত নিহত হয় এজন বাইক আৰোহী ৷ নিহত যুৱক জনৰ নাম ৰতন বসুমতাৰী বুলি জানিব পৰা গৈছে । আনহাতে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে সঞ্জয় বসুমতাৰী নামৰ আন এজন যুৱক । ধিঙৰ পৰা ঘৰলৈ বাইকত গৈ থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ইতিমধ্যে ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহটো ৷
বটদ্ৰৱাত পথ দুৰ্ঘটনা, নিহত এজন
বটদ্ৰৱাত পথ দুৰ্ঘটনা, নিহত এজন
Intro:BREAKING Body:ধিঙৰ চহৰীয়া গাৱঁত ভয়ংকৰ পথ দুর্ঘটনা । থিতাতে নিহত এজন আহত আান এজন । নিহত যুৱক জনৰ নাম ৰতন বসুমতাৰী। সংকটজনক অৱস্থাত চিকিৎসাধীন সঞ্জয় বসুমতাৰী।ধিঙৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত ৰৈ থকা ইটাভৰ্তি টেক্টৰত খুন্দিওৱাৰ সংঘটিত এই দুর্ঘটনা৷
। ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion: