ETV Bharat / state

বটদ্ৰৱাত ভূমি কেন্দ্ৰিক সংঘাতত আহত 5 - সংঘাত

এডোখৰ মাটিৰ দখলক লৈ দীৰ্ঘদিন ধৰি দুই ফৈদৰ মাজত চলি আহিছিল সংঘাত ৷ যাৰ বাবে বৃহস্পতিবাৰে আব্দুল ৰচিদৰ ফৈদে পুখুৰীত মাছ মাৰিবলৈ যাওঁতেই আতাবুৰ ৰহমানৰ ফৈদে পুখুৰীত মাছ মাৰিবলৈ বাধা প্ৰদান কৰিছিল আৰু তাৰ পাচতে উভয় পক্ষৰ মাজত সৃষ্টি হোৱা বাকবিতণ্ডাই ভয়াবহ ৰূপ ধাৰণ কৰে ৷

বটদ্ৰৱাত ভূমি কেন্দ্ৰিক সংঘাত, আহত 5
author img

By

Published : May 9, 2019, 4:32 PM IST

বটদ্ৰৱা,9মে': বটদ্ৰৱাৰ ধনীয়াভেটিত বৃহস্পতিবাৰে দুই ফৈদৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিট ৷ মাটিৰ বিবাদকলৈ সৃষ্টি হোৱা প্ৰচণ্ড মাৰপিটত আহত হয় পাঁচজনকৈ লোক । আহত কেইজনক বটদ্ৰৱা প্ৰথমিক চিকিৎসালয়লৈ লৈ যায় যদিও গুৰুতৰভাৱে আহত আব্দুল ৰচিদৰ ফৈদৰ আব্দুল ৰচিদ আৰু আব্দুল ৰফিৰ অৱস্থা সংকটজনক হৈ পৰাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।

বটদ্ৰৱাত ভূমি কেন্দ্ৰিক সংঘাত, আহত 5

ইফালে আঘাতপ্ৰাপ্ত লোক কেইজনৰ অভিযোগ অনুসৰি আতাবুৰ ৰহমানৰ ফৈদে দা, যাঠি আৰু তৰোৱালেৰে আক্ৰমণ কৰাত আহত হয় আব্দুল ৰচিদৰ ফৈদৰ মহিলাসহ পাঁচজনকৈ লোক । এডোখৰ মাটিৰ দখলক লৈ দীৰ্ঘদিন ধৰি দুই ফৈদৰ মাজত চলি আহিছিল সংঘাত ৷ যাৰ বাবে বৃহস্পতিবাৰে আব্দুল ৰচিদৰ ফৈদে পুখুৰীত মাছ মাৰিবলৈ যাওঁতেই আতাবুৰ ৰহমানৰ ফৈদে পুখুৰীত মাছ মাৰিবলৈ বাধা প্ৰদান কৰিছিল আৰু তাৰ পাচতে উভয় পক্ষৰ মাজত সৃষ্টি হোৱা বাকবিতণ্ডাই ভয়াবহ ৰূপ ধাৰণ কৰে ৷

Intro:বটদ্ৰৱাত ভয়াবহ ভূমি কেন্দ্ৰিক সংঘাত । পবিত্ৰ ৰমজান মাহতেই এডোখৰ ভূমিকলৈ তেজেৰে ৰঙালী হল ধনীয়াভেটি ৷Body:বটদ্ৰৱাৰ ধনীয়াভেটিত বৃহস্পতিবাৰে দুই ফৈদৰ মাজত সৃষ্টি হয় এক ভয়াবহ ভূমিকেন্দ্ৰিক সংঘাত । দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটত আহত হয় পাঁচজনকৈ লোক । আহত কেইজনক বটদ্ৰৱা প্ৰথমিক চিকিৎসালয়লৈ লৈ যায় যদিও গুৰুতৰ আহত আব্দুল ৰচিদৰ ফৈদৰ আব্দুল ৰচিদ আৰু আব্দুল ৰফিৰ অৱস্হা সংকটজনক হৈ পৰাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰন কৰে । ইফালে আঘাটপ্ৰাপ্ত লোক কেইজনৰ অভিযোগ আতাবুৰ ৰহমানৰ ফৈদে দা,যাঠি, আৰু তৰোৱালেৰে অাক্ৰমন কৰাত আহত হয় অাব্দুল ৰচিদৰ ফৈদৰ মহিলা সহ পাঁচজনকৈ লোক ।এডোখৰ মাটিৰ দখলকলৈ দীৰ্ঘ দিন ধৰি দুই ফৈদৰ মজত চলি আছিল ভূমি কেন্দ্ৰিক সংঘাত ৷ বৃহস্পতিবাৰে আব্দুল ৰচিদৰ ফৈদে পুখুৰীত মাছ মাৰিবলৈ যাওঁতেই আতাবুৰ ৰহমানৰ ফৈদে পুখুৰীত মাছ মাৰিবলৈ বাধা প্ৰদান কৰিছিল আৰু তাৰ পিছতে উভয় পক্ষৰ মাজত সৃষ্টি হোৱা বাকবিতণ্ডাই ভয়াবহ ৰূপ ধাৰন কৰে ।_________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.